‘চিনেমা হল খুলি দিয়ক’, দাবী চিনেমা হলৰ কৰ্মচাৰীৰ। ৰাজ্যজুৰি চিনেমা হলৰ কৰ্মচাৰীৰ প্ৰতিবাদ। পৰ্যায়ক্ৰমে সকলো খুলি দিয়া হ’ল। কেৱল চিনেমা হলৰ ক্ষেত্ৰতে বৈষম্য কিয়?