• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা ভেকচিনৰ লগত সুৰা FREE

ক’ৰোনা ভেকচিনৰ লগত সুৰা FREE

5 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

5 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

6 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

6 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

7 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

7 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

8 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

8 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

9 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

9 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

10 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনা ভেকচিনৰ লগত সুৰা FREE

editor by editor
February 20, 2021
in ক'ভিড-১৯
0
ক’ৰোনা ভেকচিনৰ লগত সুৰা FREE
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ : বিশ্ব মহামাৰীত ক’ৰোনাৰ টিকা ল’লে বিনামূলীয়াকৈ পাব পিজ্জা, পেষ্টি, কফি। ইমানেই নহয়, বাৰত সুৰাপানৰো সুবিধা পাব ক’ৰোনা ভেকচিন ল’লে। জনসাধাৰণৰ মনত থকা ভেকচিন ভীতি আঁতৰাবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা। অৱশ্যে এই সুবিধা নাপাব ভাৰতত। ইজৰাইলৰ তেল আভিভত ক’ভিডৰ ভেকচিন ল’বলৈ অনিচ্ছুক লোকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। টিকা গ্ৰহণৰ পাছৰ নিজৰ ইচ্ছা অনুসৰি বাছি ল’ব পাৰিব পিজ্জা, পেষ্টি, কফি, সুৰা ইত্যাদি। ভেকচিন গ্ৰহণৰ পাছতহে বাৰ, ৰেস্তোৰাঁ বা জীমত প্ৰৱেশৰ অনুমতি দিছে প্ৰশাসনে। কিছুমান শ্বপিং মলতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য ইতিমধ্যে ইজৰাইলৰ ৪৩ শতাংশ লোকে ক’ভিডৰ টিকা গ্ৰহণ কৰিছে। ইজৰাইলত ফাইজাৰৰ টিকা দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24corona vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
ক'ভিড-১৯

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

July 2, 2025
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে
অপৰাধ

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

June 10, 2025
ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী
ক'ভিড-১৯

ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

June 5, 2025
পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ
ক'ভিড-১৯

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

May 29, 2025
Next Post
আহিছিল মেট্ৰিক পৰীক্ষা দিবলৈ, পাতিলে বিয়া, কাৰণ জানক…

আহিছিল মেট্ৰিক পৰীক্ষা দিবলৈ, পাতিলে বিয়া, কাৰণ জানক…

বৰাকত চূণশিলৰ ছিণ্ডিকেট

বৰাকত চূণশিলৰ ছিণ্ডিকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.