• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

1 year ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

34 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

1 hour ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

editor by editor
July 2, 2025
in ক্ৰীড়া, জীৱনশৈলী
0
পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ
0
SHARES
866
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতা হাইকৰ্টত ধাক্কা খালে মহম্মদ ছামীয়ে৷ ভৰণপোষণৰ বাবদ প্ৰাক্তন পত্নী হাছিন জাহানক প্ৰতি মাহে ডেৰ লাখ টকাকৈ দিব লাগিব ছামীক৷ কন্যাৰ বাবে মাহিলী দিব লাগিব আঢ়ৈ লাখকৈ টকা৷ কন্যাৰ পঢ়াশুনা বা অন্য প্ৰয়োজনত আকৌ টকা খচৰ কৰিব লাগিব ভাৰতীয় দলৰ ক্ৰিকেটাৰে৷ গাৰ্হস্থ্য হিংসাৰ গোচৰত নিষ্পত্তি নোহোৱা পৰ্যন্ত এই টকা দিব লাগিব ছামীয়ে৷ মঙলবাৰে এই নিৰ্দেশ দিছে ন্যায়াধীশ অজয় কুমাৰ মুখাৰ্জীয়ে৷

২০১৪ চনত মডেল তথা অভিনেত্ৰী জাহানৰ সৈতে বিয়া কৰাইছিল ছামীয়ে৷ ২০১৫ চনত তেওঁলোকৰ মাজলৈ আহে এগৰাকী কন্যাসন্তান৷ কিন্তু তেওঁলোকৰ দাম্পত্য সুখৰ নহ’ল৷ ২০১৮ চনত যাদৱপুৰ থানাত ছামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ দাখিল কৰিছিল জাহানে৷ পত্নীক নিৰ্যাতন, বিষ খুওৱাবলৈ চেষ্টা কৰা, হত্যাৰ চেষ্টা, ধৰ্ষণসহ একাধিক অভিযোগ দাখিল কৰা হৈছিল ছামীৰ বিৰুদ্ধে৷ বিবাহবিচ্ছেদৰ বাবে সেয়ে আদালতৰ দ্বাৰস্ত হৈছিল জাহান৷ প্ৰটেকছন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট ২০০৫ অনুসৰি গোচৰ দাখিল কৰিছিল তেওঁ৷ গোচৰৰ খৰচ আৰু অন্তৰ্বৰ্তীকালিন ভৰণপোষণৰ বাবদ ১০ লাখ টকাও বিচাৰিছিল৷ নিজৰ বাবে মাহিলী ৭ লাখ আৰু কন্যাৰ বাবে মাহত ৩লাখ টকা বিচাৰিছিল৷ কিন্তু নিম্ন আদালতে তেওঁৰ এই আবেদন গ্ৰাহ্য নকৰিলে৷ আলিপুৰ আদালতে কেৱল তেওঁৰ সন্তানক ৮০,০০০ টকা প্ৰতিমাহে দিবলৈ নিৰ্দেশ দিয়ে ছামীক৷ পাছলৈ জিলা জাজে সেই নিৰ্দেশ সংশোধন কৰি জাহানকো মাহিলী ৫০ হাজাৰ টকাকৈ দিয়াৰ নিৰ্দেশ দিয়ে৷

এই নিৰ্দেশৰ বিৰুদ্ধে হাইকৰ্টৰ দ্বাৰস্থ হয় জাহান৷ তেওঁৰ অধিবক্তাই কয়, ‘মাহিলী জাহানৰ আয় ১৬ হাজাৰ টকা৷ বেংকত থকা স্থায়ী আমানতৰ পৰা সুদৰ বাবদ এই টকা তেওঁ পায়৷ এই টকাৰে তেওঁ আৰু কন্যাৰ খৰচ চলোৱা সম্ভৱ নহয়৷ অথচ ছামীৰ সৈতে থকাৰ সময়ত তেওঁ ব্যয়বহুল জীৱনত অভ্যস্ত আছিল৷ তেওঁ পূৰ্বে প্ৰতিমাহে খৰচ কৰিছিল প্ৰায় ৬ লাখ টকা৷ অন্যহাতে তেওঁৰ প্ৰাক্তন স্বামীক ২০২০-২১ অৰ্থ বৰ্ষৰ আয় প্ৰায় ৭.১৯ কোটি টকা৷ সামৰ্থ্য থাকিলেও তেওঁ টকা দিব খোজা নাই৷
ছামীয়ে উত্তৰত আদালতক জনায় যে তেওঁৰ প্ৰাক্তন স্বামী এগৰাকী সফল মডেল আৰু অভিনেত্ৰী৷ বিজ্ঞাপনতো কাম কৰে৷ তেওঁৰ মাহিলী আয় ৫ লাখ টকা৷ ইয়াৰোপৰি বিভিন্ন বেংকত তেওঁ কিছু ধন জমাও ৰাখিছে৷ তথ্য গোপনে ৰাখিছে জাহানে৷ ছামীৰ এই যুক্তি খাৰিজ কৰিছে হাইকৰ্টে৷ গোচৰৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত ছামীক অন্তৰ্বৰ্তীকালীন ভৰণপোষণৰ বাবদ মাহিলী ৪ লাখ টকাকৈ দিয়াৰ নিৰ্দেশ দিছে ন্যায়াধীশে৷ ইয়াৰ সৈতে নিম্ন আদালতক মূল গোচৰৰ দ্ৰুত নিষ্পতি ৬০ দিনত কৰাৰ নিৰ্দেশ দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.