• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

4 years ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

1 hour ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

1 hour ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

2 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

3 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

3 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

4 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

4 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

5 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

5 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

6 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

editor by editor
March 7, 2022
in বাণিজ্য, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ বিৰূপ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত। আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰা এই বিৰূপ প্ৰভাৱৰ পৰা মুক্ত নহয় ভাৰত।

যুদ্ধৰ পৰিণতিত বিশ্বৰ বজাৰত অভাৱনীয় ভাৱে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১৩৯.১৩ ডলাৰলৈ বৃদ্ধি হৈছে। ইয়াৰ পৰিণতিত ভাৰততো পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধি প্ৰায় নিশ্চিত হৈ পৰিছে। ইফালে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পিছতে কেন্দ্ৰ চৰকাৰে দেশত ইন্ধনৰ মূল্য বৃদ্ধি কৰিব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰি আহিছে৷

খাৰুৱা তেলৰ এই বৰ্ধিত দৰে ভংগ কৰিলে ১৪ বছৰৰ অভিলেখ। অর্থনীতি বিশেষজ্ঞসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বঢ়াৰ পৰিণতিত দেশত ১৫-২০ টকা পৰ্যন্ত পেট্ৰ’ল-ডিজেলৰ দাম বঢ়াৰ আশংকা ব্যক্ত কৰিছে।

লগতে পঢ়ক গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

ইপিনে, এই যুদ্ধৰ প্ৰভাৱত টকাৰ মূল্যৰ পতন ঘটিছে। একপ্ৰকাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি টকাৰ মূল্য সোমবাৰে ডলাৰৰ তুলনাত আৰু ১ শতাংশ হ্ৰাস হৈছে। সোমবাৰে প্ৰতি ডলাৰত টকাৰ মূল্য হ’লগৈ ৭৬.৯২ টকা।

২০২১ৰ ডিচেম্বৰত প্ৰতি ডলাৰত টকাৰ মূল্য ৭৬.১৬ টকালৈ হ্ৰাস আছিল। তাৰপাছত এয়াই হৈছে টকাৰ মূল্যৰ সৰ্ব নিম্ন পতন। ইপিনে, ভাৰতীয় বজাৰত সোণ-ৰূপৰো দাম বাঢ়িল। সোমবাৰে ১.৮ শতাংশ বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰাম সোণৰ দাম হ’লগৈ ৫৩,৫০০ টকা। ২০২১ৰ আগষ্টৰ পাছত প্ৰথমবাৰৰ বাবে সোণৰ দৰ শিখৰত উঠিল।

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : সৰ্বকালৰ অভিলেখ ভংগ কৰিব খাৰুৱা তেলৰ মূল্যই!

ইপিনে, ১.৫ শতাংশ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হ’লগৈ ৭০,১৭৩ টকা। যুদ্ধ বিধ্বস্ত এই অৰ্থনীতিয়ে সাধাৰণ জনতাৰ জীৱন প্ৰভাৱিত কৰাৰ আশংকা নুই কৰিব নোৱাৰি। এই যুদ্ধই কিছুমান নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দামটো প্ৰভাৱ পেলোৱাৰ শংকা আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest assamese news portal in assamBest news channel of assamBest News Portal inCrude oilCrude Oil PriceCrude Oil Price HikeRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?

৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.