• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

editor by editor
March 17, 2022
in অপৰাধ, ভাৰত
0
বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ
0
SHARES
355
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক জঘন্য গণধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী মহিলাক সন্তানৰ সন্মুখতে উচ্চ বৰ্ণৰ ছগৰাকী লোকে গণধৰ্ষণ কৰে৷ এই জঘন্য ঘটনাটো ৰাজস্তানত সংঘটিত হৈছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ ধলপুৰ জিলাৰ এক গ্ৰামাঞ্চলৰ পথাৰৰ পৰা ঘৰলৈ আহি থকা এগৰাকী দলিত মহিলাক লালু ঠাকুৰ, ধন সিং ঠাকুৰ, বিপিন ঠাকুৰ, মোহিত ঠাকুৰ, শচীন ঠাকুৰ আৰু লোকেন্দ্ৰ ঠাকুৰে গণধৰ্ষণ কৰে৷

মহিলাগৰাকীয়ে স্বামী আৰু সন্তানৰ সৈতে ঘৰলৈ ওভতি অহাৰ সময়তে উক্ত ছজন লোকে প্ৰথমে মহিলাগৰাকীৰ স্বামীক বন্দুকৰ কুণ্ডাৰে মাৰপিট কৰি ঘটনা স্থলীৰ পৰা খেদি পঠায়৷

লগতে পঢ়ক ৰাজনীতিলৈ আৰু এক ক্ৰিকেটাৰ; ৰাজ্যসভাৰ সাংসদ হ’ব প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং!

ইয়াৰ পিছতে লালু ঠাকুৰ আৰু ধন সিং ঠাকুৰে দলিত মহিলাগৰাকীক বন্দুকৰ ভয় দেখুওৱায়৷ বন্দুকৰ ভয় দেখুওৱাই লোককেইজনে মহিলাগৰাকীৰ সন্তানৰ সন্মুখতে দলৱদ্ধ ধর্ষণ কৰে৷ মহিলাগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে সন্তানৰ কান্দোনেও ধৰ্ষণকাৰীকেইজনৰ মন বিগলিত কৰিব পৰা নাছিল৷

লগতে পঢ়ক চ্যুটকেচত উদ্ধাৰ ৰাষ্ট্ৰপতি পুটিনক চাইক’পেথ বুলি দাবী কৰা সুন্দৰী মডেলৰ মৃতদেহ!

ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে ধলপুৰ আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাৰ সন্দৰ্ভত অনুসূচীত জাতি, জনজাতি (নৃশংসতা প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷

আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিলেও এই পৰ্যন্ত এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdalit woman gang rapedGang RapeRajasthan gang rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
৫ বছৰীয়া শিশুক ধৰ্ষণ : মহিলাই গছত বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিযুক্তক

এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন