উপায়ুক্তৰ কার্যালয়ৰ ভিতৰতে বিজেপি বিধায়কক পিটিলে আৰক্ষী অধীক্ষকে! যোগীৰ প্ৰদেশত এইয়া হৈছে কি? উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পথত বাগৰিছে বিজেপি বিধায়ক।