• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

2 years ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

27 minutes ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

2 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

10 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

10 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

11 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

12 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

12 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

13 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

13 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

14 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি

editor by editor
December 16, 2024
in জীৱনশৈলী, বিবিধ
0
সপোনত এই প্ৰাণী দেখা অতি শুভ! জীৱনত বাঢ়িব সুখ সমৃদ্ধি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনত আমি যি দেখিছো তাৰ বাখ্যা পোৱা যায় স্বপ্নশাস্ত্ৰত৷ বৈদিক জ্যোতিষৰেই এক গুৰুত্বপূৰ্ণ অংগ হৈছে স্বপ্নশাস্ত্ৰ৷ আমাৰ জীৱনত কি ঘটিছে তাৰ ইংগিত সপোনৰ পৰাই পোৱা যায়৷ সপোনত আমি যি দেখো তাতেই আমাৰ জীৱনৰ সকলো গুৰুত্বপূৰ্ণ বাৰ্তা থাকে৷ কোনো কোনো সপোনে যেনেকৈ ভৱিষ্যতৰ শুভ ইংগিত দিয়ে তেনেকৈ কিছু সপোনে ভৱিষ্যতে ঘটিব লগা বেয়া ঘটনাৰো ইংগিত দিয়ে৷

সপোনৰ গৰু দেখাৰ অৰ্থ

সপোনত আমি বহুসময়ত বিভিন্ন প্ৰাণী দেখা পাওঁ৷ কিন্তু সপোনত কেতিয়াবা গৰু দেখা পাইছে নেকি? সপোনত গৰু দেখাটোৱে কি অৰ্থ বহন কৰে? হিন্দু ধৰ্মত গৰু অত্যন্ত মঙ্গলময় এটা প্ৰাণী৷ গৰুক হিন্দুৱে মাতৃৰূপে আৰাধনা কৰে৷ সেয়ে সপোনত গৰুৰ সপোন দেখাটো অত্যন্ত শুভ৷ এই সপোনে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে৷

সপোন দেখাৰ পাছত কি কৰিব?

১. নিশা ৩ বজাৰ পৰা সূৰ্যোদয়ৰ মাজত গৰুৰ সপোন দেখিলে ৭দিনৰ ভিতৰতেই আপুনি সুফল পাব৷

২. মাজনিশা গৰুৰ সপোন দেখিলে এমাহৰ ভিতৰতেই সুফল পাব৷

৩. মাজনিশাৰ ঠিক পূৰ্বে যদি সপোনত গৰু দেখে তেন্তে এবছৰৰ ভিতৰত আপুনি সুফল পাব৷

৪. সূৰ্যোদয়ৰ ঠিক পূৰ্বে এই সপোন দেখিলে লগে লগেই ফল পাব৷

৫. যদি দিনত শোৱাৰ সময়ত তেনে সপোন দেখে তেন্তে কোনো ফল নাপায়৷

গৰুৰ সপোন দেখাৰ পাছত যদি টোপনি ভাঙে তেন্তে ইয়াৰ পাছত আৰু নুশোব৷ টোপনিৰ পাছত আকৌ সপোন দেখিলে পূৰ্বৰ সপোনৰ কোনো কাৰ্যকৰিতা নাথাকে৷ এই সপোনৰ কথা কাকো ভুলতো নক’ব৷ পুৱাই গৰুক গুড় খোৱালেও আপোনাৰ জীৱনত পজিটিভ এনাৰ্জিৰ প্ৰভাৱ বাঢ়িব৷

বিভিন্ন ধৰণৰ গৰুৰ সপোনৰ অৰ্থ

১. বগা ৰঙৰ গৰুৰ সপোন দেখিলে চন্দ্ৰ আৰু শুক্ৰৰ শুভ প্ৰভাৱ পোৱা যায়৷ ইয়াৰ ফলত জীৱনত প্ৰেম, বিলাসিতা আৰু ধৰ্মীয় ভাৱ বৃদ্ধি পায়৷

২.  ক’লা গৰুৰ সপোন দেখিলে শনিৰ দশা কাটি যায়৷ ইয়াৰ ফলত আপুনি পৰিশ্ৰমৰ সুফল লাভ কৰিব পাৰে৷

৩. ৰঙা গৰুৰ সপোন দেখিলে মঙ্গলৰ শুভ প্ৰভাৱ পোৱা যায়৷ এই সপোন সৌভাগ্য আৰু শক্তিৰ প্ৰতীক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
জীৱনশৈলী

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

August 4, 2026
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি
জীৱনশৈলী

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

August 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

August 4, 2026
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
Next Post
১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

১২ বছৰ পাছত তৈয়াৰ হ’ব গজকেশৰী যোগ! ৫ৰাশিৰ বৃহস্পতি তুংগত, বাঢ়িব বেংক বেলেন্স

গেছ চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আঁৰত আছে ডাঙৰ এক বৈজ্ঞানিক কাৰণ

গেছ চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আঁৰত আছে ডাঙৰ এক বৈজ্ঞানিক কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.