• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?

পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

6 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

8 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

9 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

9 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

10 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

11 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

11 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

11 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

13 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

13 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?

পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?

editor by editor
May 22, 2024
in বিবিধ, ভাৰত, লেখা
0
পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত ক্ৰমশ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা৷ বিশেষকৈ কভিডৰ লকডাউনৰ সময়ৰ পৰা বহুতেই বাহন ক্ৰয়ত বিশেষ গুৰুত্ব দিছে৷ বাহন বিক্ৰীৰ লগে লগে ড্ৰাইভিং কৰা ব্যক্তিৰ ড্ৰাইভিং লাইছেঞ্চ বিচাৰি কৰা আৱেদনৰ সংখ্যাও বৃদ্ধি পাইছে৷ আৱেদন কৰা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে লাইছেঞ্চ প্ৰদান প্ৰক্ৰিয়াত কিছু পৰিমানে লেহেমীয়া গতিও দেখা গৈছে৷ এই প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে ১ জুনৰ পৰা সলনি হ’ব লাইছেঞ্চ উলিওৱাৰ নিয়ম৷

১ জুনৰ পৰা ড্ৰাইভিং লাইছেঞ্চৰ নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় পথ পৰিবহন সংস্থাই৷ নতুন নিয়মৰ আওঁতাত লাইছেঞ্চ লাভৰ বাবে আপুনি পৰিবহন বিভাগৰ কাৰ্যালয়ত গৈ বাহন চলাব নালাগে বা RTOত গৈ ড্ৰাইভিং পৰীক্ষা দিব নালাগে৷ নতুন নিয়ম উলংঘন কৰিলে ২৫,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে৷ নতুন নিয়ম সন্দৰ্ভত এতিয়াই জানি থওক অন্যথা বিপদত পৰিব আপুনি৷

বেচৰকাৰী প্ৰতিষ্ঠানত ড্ৰইভিং পৰীক্ষাঃ

১ জুনৰ পৰা চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ পৰিবৰ্তে বেচৰকাৰী ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব৷ লাইছেঞ্চৰ যোগ্যতাৰ বাবে পৰীক্ষা পৰিচালনা আৰু চাৰ্টিফিকেট প্ৰদানৰ বাবে চৰকাৰী অনুমোদন দিয়া হ’ব এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহক৷ এই অনুমোদন লাভ কৰাৰ পাছত বেচৰকাৰী ড্ৰাইভিং স্কুলসমূহে কেইটামান নিয়ম মানি চলাটো বাধ্যতামূলক৷

মাটিঃ ড্ৰাইভিং স্কুলসমূহত ন্যূনতম ১ একৰ মাটি থাকিব লাগিব৷ ৪চকাৰ বাহন প্ৰশিক্ষণৰ বাবে নূন্যতম ২একৰ ভূমি থাকিব লাগিব৷

পৰীক্ষা ব্যৱস্থাঃ স্কুলসমূহক অৱশ্যেই উপযুক্ত পৰীক্ষাৰ ব্যৱস্থা থাকিব লাগিব৷

প্ৰশিক্ষকৰ যোগ্যতাঃ প্ৰশিক্ষকসকলৰ কোনো হাইস্কুলৰ ডিপ্লমা বা তাৰ সমতুল্য শিক্ষাগত যোগ্যতা থাকিব লাগিব৷ ইয়াৰোপৰি কমপক্ষেও ৫ বছৰৰ ড্ৰাইভিং অভিজ্ঞতা থাকিব লাগিব৷ ইয়াৰোপৰি বায়মেট্ৰিক্স আৰু আইটি চিষ্টেমৰ পৰিচয় থকাটো আৱশ্যক৷

প্ৰশিক্ষণৰ সময়ঃ মটৰ বাহনৰ বাবে ৪ সপ্তাহত ২৯ ঘণ্টাৰ প্ৰশিক্ষণ দিয়াটো আৱশ্যক৷ ইয়াৰ মাজতেই ৮ঘণ্টা থাকিব থিয়ৰীৰ বাবে আৰু বাকী ২১ ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে৷ চাৰিচকীয়া বাহনৰ বাবে ৬ সপ্তাহত অন্তত ৩৮ ঘণ্টাৰ প্ৰশিক্ষণ দিব লাগিব৷ ইয়াতো ৮ঘণ্টা থিয়ৰি থাকিব আৰু বাকী ৩০ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণ৷

পৰিবেশৰ সুৰক্ষাঃ নতুন নিয়মসমূহৰ অন্যতম লক্ষ্য হৈছে প্ৰদূষণ কমোৱা৷ ইয়াৰ বাবে প্ৰায় ৯লাখ পুৰণি চৰকাৰী যানবাহন পৰ্যায়ক্ৰমে বাতিল কৰা হ’ব৷ বাহনৰ ধোঁৱা নিৰ্গমণৰ বিষয়ে কঠোৰ বিধিও প্ৰয়োগ কৰা হ’ব৷

কাঢ়া শাস্তিঃ অনুমোদিত গতিতকৈ দ্ৰুত গতিত বাহন চলোৱাৰ বাবে ১০০০ৰ পৰা ২০০০ টকা জৰিমনা বিহা হ’ব৷ দ্ৰুত গতিত বাহন চলোৱাৰ বাবে কোনো নাবালক ধৰা পৰিলে তাৰ জৰিমনা হ’ব ২৫০০০ টকা৷ ইয়াৰোপৰি বাহনৰ মালিকৰ ৰেজিষ্ট্ৰেচনো বাতিল হ’ব৷ সেই নাবালকৰ ২৫ বছৰ নোহোৱা পৰ্যন্ত ড্ৰাইভিং লাইছেঞ্চ দিয়া নহ’ব৷ লাইছেঞ্চ নথকাকৈ যদি বাহন চলাই তেন্তে ৫০০ টকা জৰিমনা ভৰিব লাগিব৷ হেলমেট নিপিন্ধাকৈ আৰু ৪চকীয়াত ছিটবেল্ট নলগোৱাকৈ বাহন চলালে ১০০ টকাকৈ জৰিমনা বিহা হ’ব৷

লাইছেঞ্চৰ বাবে কেনেকৈ আৱেদন কৰিব?

আবেদন প্ৰক্ৰিয়া পূৰ্বৰ ধৰণেৰেই হ’ব৷ https://parivahan.gov.in ত লৈ অনলাইন বা অফলাইন আবেদন কৰিব লাগিব৷ কিন্তু লাইছেঞ্চৰ নথি জমা দিয়াৰ পদ্ধতি পূৰ্বৰ তুলনাত সৰল কৰিছে পৰিবহন মন্ত্ৰণালয়ে৷ আবেদনৰ মূল্য নিৰ্ভৰ কৰিব আপোনাক কেনে লাইছেঞ্চ লাগে তাৰ ওপৰত৷ নথি জমা দিয়াৰ পাছত ড্ৰাইভিং দক্ষতাৰ পৰিচয় দিবলৈ আপুনি পৰিবহন কাৰ্যালয়লৈ যাব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.