• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

1 hour ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

2 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

4 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

5 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

5 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

7 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

8 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা
0
SHARES
831
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুলিৰ বহু সমস্যা নেকি, পঢ়ক নহৰুৰ ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব সকলো সমস্যা

চুলি সৰাটো এনেকুৱা এটা সমস্যা যাৰ বাবে বহুতে চিন্তা কৰিবলগীয়া হয়। যদি চুলিৰ সঠিক যত্ন লোৱা নহয় তেন্তে চুলি সৰি তপা মূৰ দেখিবলৈ আৰম্ভ কৰে। সেয়ে চুলিৰ সমস্যাৰ বাবে নহৰু ব্যৱহাৰ কৰিব পাৰে, নহৰুত এলিচিন নামৰ যৌগ থাকে যিয়ে চুলিৰ গুৰিক উদ্দীপিত কৰাৰ কাম কৰে।

চুলি গজাৰ বাবে নহৰু কেনেকৈ ব্যৱহাৰ কৰিব, বহু লোকেই নহৰু ব্যৱহাৰ কৰিলে চুলিৰ পৰা গোন্ধ ওলাব বুলি প্ৰয়োগ নকৰে। কিন্তু, এই বিধতেই আছে চুলিৰ সকলো সমস্যা সমাধান কৰিব পৰা গুণ। নহৰু ব্যৱহাৰ কৰিবলৈ আইনাৰ বটল এটাত সাধাৰণ পানী ভৰাই লব। সেই পানীত নহৰু থেতেলিয়াই মিহলাই লওক। থেতেলিয়াই লোৱাৰ লগে লগে ইয়াৰ পৰা এলিচিন ওলাবলৈ আৰম্ভ কৰিব।

এলিচিন যৌগ সোনকালে বাষ্পীভৱন হয়, সেয়েহে ইয়াক তৎক্ষণাত পানীত ৰখাটো গুৰুত্বপূৰ্ণ। এই পানী ২ দিন ৰাখিব। ৰ’দত ৰাখক বা ঘৰত কোনো গৰম ঠাই থাকিলে তাতেই ৰাখক আৰু ২ দিনৰ পাছত এই মিশ্ৰণটো স্প্ৰেৰ বটলত ভৰাই থওক। এতিয়া এই প্ৰস্তুত কৰা নহৰুৰ পানী কেৱল মূৰৰ ছালত অৰ্থাৎ চুলিৰ গুৰিত লগাওক।

গা ধোৱাৰ ২ৰ পৰা ৩ ঘণ্টা পূৰ্বে এই পানী চুলিত লগাওক আৰু তাৰ পিছত ধুই পেলাওক। এই মিশ্ৰণটো চুলিত লগালে কোনো ধৰণৰ গোন্ধ নাযায়, কিন্তু যদি আপুনি এতিয়াও বেয়া গোন্ধ আছে বুলি অনুভৱ কৰে তেন্তে এই মিশ্ৰণত ২ টোপাল নেমুৰ ৰস দিব পাৰে।

নহৰুত বহু দিশত উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ এন্টিমাইক্ৰ’বিয়াল গুণ আছে যিয়ে বীজাণু আৰু বেক্টেৰিয়া আঁতৰায় আৰু চুলিৰ বৃদ্ধিত সহায়ক বুলি প্ৰমাণিত। হালধিত ভিটামিন চিও থাকে যিয়ে চুলিৰ স্বাস্থ্য উন্নত কৰে আৰু কলাজেন উৎপাদন বৃদ্ধি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: beauty tipsHair BenefitHair Problemhair Solution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.