• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ পৰৱৰ্তী অধিনায়ক কোন? ৰোহিতৰ বিকল্প হিচাপে গৌতম গম্ভীৰে দাঙি ধৰিলে ইংগিত

1 year ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

30 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

51 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

3 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

14 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰ পৰৱৰ্তী অধিনায়ক কোন? ৰোহিতৰ বিকল্প হিচাপে গৌতম গম্ভীৰে দাঙি ধৰিলে ইংগিত

editor by editor
February 9, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰতৰ পৰৱৰ্তী অধিনায়ক কোন? ৰোহিতৰ বিকল্প হিচাপে গৌতম গম্ভীৰে দাঙি ধৰিলে ইংগিত
0
SHARES
522
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ পৰৱৰ্তী অধিনায়ক কোন? ৰোহিতৰ বিকল্প হিচাপে গৌতম গম্ভীৰে দাঙি ধৰিলে ইংগিত

অপৰিসীম হেঁচাত ৰোহিত শৰ্মা। চেম্পিয়নছ ট্ৰফীয়ে হিটমেনৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। সীমান্ত-গাভাস্কাৰ ট্ৰফীত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হৈছিল। ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ হাততো পৰাস্ত হৈছিল ভাৰত। যাৰ বাবে ৰোহিতৰ অধিনায়কত্বৰ ভাগ্য সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল উত্থাপন হৈছিল বহু প্ৰশ্নৰো।

তাৰে মাজতে গৌতম গম্ভীৰে টেষ্ট ফৰ্মেটত ৰোহিতৰ বিকল্প হিচাপে নাম প্ৰকাশ কৰিছে এগৰাকী অন্য খেলুৱৈৰ। ৰোহিতৰ সলনি বিৰাট কোহলীক পৰৱৰ্তী অধিনায়ক হিচাপে বিবেচনা কৰা বুলি খবৰ ওলাইছে।

বহুতে কৈ আছিল যে ভাৰতীয় টেষ্ট দলৰ পৰৱৰ্তী অধিনায়ক হ’ব পাৰে জশপ্ৰিত বুমৰাহ। কিন্তু জাতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ ধাৰণা অন্যহে। এগৰাকী বেটছমেনকে দিব বিচাৰে দলৰ দায়িত্ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গম্ভীৰৰ সমৰ্থন কোহলীৰ নামত। কাৰণ কোৱা হৈছে যে কোহলীৰ আগ্ৰাসী নেতৃত্বত ভাৰতে বিগত সময়ত টেষ্ট ফৰ্মেটত ভাল খেল প্ৰদৰ্শন কৰি আহিছে। বিশেষকৈ বিদেশী মাটিত। লগতে ইয়াকো কয় যে, অৱশ্যে অন্তৱৰ্তীকালীন অধিনায়ক হ’বলৈ কোহলী উপযুক্ত ব্যক্তি।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে দেখা যাব পাৰে। সূৰ্যকুমাৰ যাদৱৰ পৰিৱৰ্তে পাণ্ডিয়াক টি-২০ দলৰ অধিনায়ক হিচাপে দেখা পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gautam gambhirIndian CricketIndian Cricket Team Captain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

March 20, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 20, 2026
Next Post
আজি শুক্লা ত্ৰয়োদশীত প্ৰদোষ ব্ৰত তথা প্ৰীতি যোগ, কেনে যাব দিনটো

শিহৰণকাৰী, পত্নী-কন্যাক ঘৰৰ ভিতৰত সোমোৱাই অগ্নিসংযোগ হেমন্ত বৰাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন