• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

4 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

8 minutes ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

2 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

24 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

editor by editor
June 7, 2022
in অসম
0
ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি মেট্ৰিকৰ ৰিজাল্ট দিছে৷ পিতৃ-মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে৷ চুবুৰীয়াই পিতৃ-মাতৃক সান্ত্বনা দিবলৈ ভাষা বিচাৰি পোৱা নাই৷

এই হৃদয় বিদাৰক ঘটনাটো ঘটিছে নগাঁও জিলাৰ কামপুৰত৷ আজি ঘোষিত মেট্ৰিকৰ ফলাফলত এগৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে৷

এই খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিব লাগিছিল পৰীক্ষাৰ্থীগৰাকীৰ ঘৰ তথা পৰিয়ালক৷ কিন্তু তাৰ বিপৰীতে ঘৰখনত আজি কান্দোনৰ ৰোল৷ যি কান্দোনে চুবুৰীয়াৰ চকুতো লুতক নিগৰাইছে৷ দুখত ভাগি পৰিছে পৰিয়ালৰ সকলো৷

লগতে পঢ়ক কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

কামপুৰৰ মপুৰৰ পৰীক্ষাৰ্থী পাৰভিচ আহমেদে আজি ঘোষিত হাইস্কুল শীক্ষান্ত পৰীক্ষাৰ ফলাফলত ষ্টাৰ মাৰ্কসহ দুটা বিষয়ত লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷

কিন্তু নিয়তিৰ কি যে পৰিহাস! যোৱা ৯ মে’ত কপিলী নৈত গা ধুই থকা অৱস্থাত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল ছাত্ৰজনে৷

লগতে পঢ়ক প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

ছাত্ৰজনৰ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই পিতৃ–মাতৃৰ লগতে পৰিয়ালবৰ্গই৷ ফলাফল লাভ কৰাৰ পিছতে সেয়ে দুখত ভাগি পৰিছে পাৰভিচৰ পিতৃ-মাতৃ চাহাব উদ্দিন আৰু পাৰবিনা বেগমে৷

উল্লেখ্য যে চাহাব উদ্দিন আৰু পাৰবিনা বেগমৰ একমাত্ৰ সন্তান আছিল পাৰভিচ আহমেদ৷ সেয়ে তেওঁৰ ফলাফল পাইয়ে পিতৃ-মাতৃৰ লগতে পৰিয়ালসহ চুবুৰীয়া আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষও শোকত ভাঙি পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhslchslc examhslc result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.