• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

4 years ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

1 hour ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

2 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

2 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

3 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

3 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

4 hours ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

4 hours ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

4 hours ago
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

5 hours ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

5 hours ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

5 hours ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ

editor by editor
March 28, 2022
in অসম, উত্তৰ-পূব, ক্ৰীড়া
0
৮-১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২। ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ বাবে শুভেচ্ছা জনাইছে অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে।

নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ গুৱাহাটীৰ দেশভক্ত তৰুনৰাম ফুকন ইন্দ’ৰ ষ্টেডিয়ামত আয়োজন কৰিছে টেবুল টেনিছৰ গ্লেমাৰিয়াছ লীগখন। দেওবাৰে ষোল্লটা দলৰ স্বত্বাধীকাৰীসকলক গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত সম্বৰ্ধনা জনাই আয়োজকসকলে।

লগতে পঢ়ক IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান

গ্লেমাৰিয়াছ লীগখনত দেশৰ বিভিন্ন প্ৰান্তৰ ছিনিয়ৰ জুনিয়ৰ খেলুৱৈয়ে অংশ ল’ব। এই প্ৰতিযোগিতাত অসমৰ উঠি অহা খেলুৱৈসকল উপকৃত হ’ব বুলি কয় আয়োজক সমিটিৰ সচিব প্ৰধান মানস প্ৰতীম দাসে।

তিনিদিনীয়া ব্যয় বহুল বিশেষ প্ৰতিযোগিতাখনকলৈ আশাবাদী অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোঁহাই। তাৰকা খেলুৱৈগৰাকীয়ে টেবুল টেনিছ প্ৰিমিয়াৰ লীগখনৰ সফল আয়োজনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়ক অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগখনৰ অধ্যক্ষৰ দায়িত্বত আছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamglamirous united primier leaguetable tannies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
Next Post
অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

অবিশ্বাস্য! এটা উটৰ দাম ১৪.২৩ কোটি, ক’ত বিক্ৰী হ’ল বিশ্বৰ সৰ্বোচ্চ মূল্যৰ উটটো?

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

কিয় স্মিথৰ পত্নীৰ মূৰত চুলি নাই? অল’পেচিয়া অ’ৰিয়েটা ৰোগ মানে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.