• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

4 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

6 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

6 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

7 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

8 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

9 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

9 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

10 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

10 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

11 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

editor by editor
June 4, 2022
in বিবিধ, ভাৰত
0
গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোৱা দেশৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম আকৰ্ষণীয় ঠাই। অৱসৰ বিনোদনৰ বাবে বহুতৰেই প্ৰথম পচন্দৰ ঠাই গোৱা। গোৱাৰ বিভিন্ন উপকূলৰ সামগ্ৰিক ব্যৱস্থাপনা নিশ্চিত কৰাৰ লক্ষ্যৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই মুকলি কৰিলে এটা নতুন এপ। এই এপটোৰ নাম ‘বিচ ভিজিল এপ’।

এই এপটো মুকলি কৰি মুখ্যমন্ত্ৰী সাৱন্তই কয়,  ‘‘এই ‘বিচ ভিজিল এপ’এ বিচ পৰ্যটন খণ্ডত কাম কৰা প্ৰতিষ্ঠান আৰু পৰ্যটকসকলক উপকৃত কৰিব। পৰ্যটন খণ্ডৰ সৈতে তথ্য প্ৰযুক্তিৰ সহযোগিতাই ভৱিষ্যতে বহু পথ মুকলি কৰিব।’’

তেওঁ লগতে কয়, ‘‘এয়া পৰ্যটন আৰু সুৰক্ষাৰ বিকাশৰ এক সৰ্বাংগীন আৰু সামূহিক প্ৰচেষ্টা।’’

লগতে পঢ়ক সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খাউণ্টে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয়, “বিচ ভিজিল এপ সৃষ্টিৰ জৰিয়তে কৰ্মীসকলে আৰক্ষী আৰু অন্যান্য অংশীদাৰসকলে পৰ্যটকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ইছ্যু উত্থাপন কৰিব পাৰে। চৰকাৰ সম্প্ৰতি উপকূলসমূহৰ চাফাইৰ বাবে এক সংহত পৰিকল্পনা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছে।’’

তেওঁ লগতে আৰু কয়, ‘‘বিচ ভিজিল এপে অবৈধ হকাৰৰ ৰিপৰ্ট আৰু অবৈধ মালিচ সেৱাৰ পৰা আৰম্ভ কৰি উপকূলসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতালৈকে সকলো সামৰি ল’ব।’’

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই নতুনকৈ পঞ্জীয়ন কৰা ষ্টাৰ্ট-আপসমূহক প্ৰমাণ পত্ৰ বিতৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGoa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.