• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনাথ শিশুক বিশেষ গুৰুত্ব দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ

অনাথ শিশুক বিশেষ গুৰুত্ব দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ

5 years ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

3 minutes ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

43 minutes ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

2 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

2 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

3 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

4 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

6 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

8 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

21 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অনাথ শিশুক বিশেষ গুৰুত্ব দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ

editor by editor
May 22, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
অনাথ শিশুক বিশেষ গুৰুত্ব দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ দ্বিতীয় ঢৌত ভাৰাক্ৰান্ত সমগ্ৰ দেশ। এনে পৰিপ্ৰেক্ষিতত অনাথ শিশু, জ্যেষ্ঠ নাগৰিক আৰু অনগ্ৰসৰ শ্ৰেণীৰ লোকসকলক বিশেষ গুৰুত্ব দিবৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। শুকুৰবাৰে এক বিবৃতিযোগে এই নিৰ্দেশ প্ৰদান কৰে ৰাজ্যসমূহক। বিশেষকৈ অনাথ শিশুসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সতৰ্ক হ’বলৈ আহ্বান জনায় কেন্দ্ৰই। এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছে শিশু অধিকাৰ সুৰক্ষা সংস্থাসমূহে। অনগ্ৰসৰ শ্ৰেণীৰ লোকসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলৰ ক্ষেত্ৰত কেন্দ্ৰই কি সুযোগ-সুবিধা প্ৰদান কৰিছে  সেই সন্দৰ্ভতো উল্লেখ কৰে কেন্দ্ৰই। প্ৰত্যেকখন থানাত মহিলাৰ সুবিধাৰ্থে ‘হেল্প ডেস্ক’ গঠন কৰাৰো নিৰ্দেশ দিয়ে কেন্দ্ৰই। অভিভাৱকহীন শিশুসকলৰ ভৱিষ্যতৰ আশংকা প্ৰকাশ কৰি শিশুসকলৰ দায়িত্ব লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24govt of indiahome ministry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!
বাণিজ্য

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

June 28, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
Next Post
‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’

‘আমি এতিয়াও লাৰ্ণিং কাৰ্ভতে আছোঁ…’

ভাৰতে উৎপাদন কৰিব ৰাছিয়াৰ ‘স্পুটনিক-৫’

ভাৰতে উৎপাদন কৰিব ৰাছিয়াৰ ‘স্পুটনিক-৫’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.