• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

editor by editor
April 16, 2024
in ভাৰত, লেখা
0
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে
0
SHARES
33.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হনুমান বা বজৰংবলী হৈছে হিন্দু ধৰ্মাৱলম্বীসকলৰ অন্যতম আৰাধ্য দেৱতা। পুৰাণ অনুসৰি তেওঁ হৈছে মৃত্যুঞ্জয় অৰ্থাৎ অমৰ। শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত হনুমান হৈছে বীৰ, সাহস, প্ৰেম আৰু আত্মনিবেদনৰ প্ৰতীক। ভক্তসকলৰ বিশ্বাস অনুসৰি যি ব্যক্তিয়ে বজৰংবলীৰ স্মৰণাপন্ন হয় তেওঁ সকলো বিপদৰ পৰাই নিজৰে উদ্ধাৰ কৰিব পৰাকৈ পথ মুকলি হৈ থাকে। যাৰ ওপৰত হনুমানৰ আশীৰ্বাদ থাকে সেই ব্যক্তিয়ে জীৱনত সকলো কামতে সফলতা লাভ কৰে। বজৰংবলীয়ে তেওঁৰ ভক্তৰ পথত অহা সকলো বাধা বিঘিনি দূৰ কৰে। কেৱল বজৰংবলীৰ আৰাধনা কৰিলে ৰামৰ আশীৰ্বাদো লাভ কৰা সম্ভৱ। নিয়মিত তেওঁৰ পূজা কৰিলে মনোবাসনা পূৰণ হয় বুলি প্ৰচলিত বিশ্বাস। জ্যোতিষ অনুসৰি ৰাশিচক্ৰৰ ১২টা ৰাশিৰ ভিতৰত বিশেষকৈ পাঁচ ৰাশিৰ জাতক বজৰংবলীৰ অত্যন্ত প্ৰিয়। কোন কোন ৰাশিৰ জাতকৰ ওপৰত হনুমানৰ কৃপা সকলো সময়তে থাকে জানেনে?

মেষ ৰাশি
জ্যোতিষ গণনা অনুসৰি মেষ ৰাশিৰ জাতক হৈছে বজৰংবলীৰ অত্যন্ত প্ৰিয়। হনুমানৰ আশীৰ্বাদ সকলো সময়তে মেষ ৰাশিৰ জাতকৰ ওপৰত থাকে। তেওঁৰ আশীৰ্বাদত কোনো কামতেই বাধা নাহে মেষ ৰাশিৰ জাতকৰ। এই ৰাশিৰ জাতকৰ ইচ্ছাশক্তি দৃঢ়। বজৰংবলীক তুষ্ট কৰি ৰাখিলে মেষ ৰাশিৰ জাতকে নিয়মিত তেওঁৰ আৰাধনা কৰা উচিত আৰু নিজৰ সমস্ত বেয়া অভ্যাস পৰিত্যাগ কৰা উচিত।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ ওপৰত বজৰংবলীৰ দয়া বৰ্ষিত হয়। সিংহ ৰাশিৰ জাতকে বজৰংবলীৰ আৰাধনা কৰিলে ব্যক্তিজনে জীৱনত কেতিয়াও কোনো সমস্যাৰ সন্মুখীন নহয়। সিংহ জাতকক প্ৰতিদিনে বজৰংবলীৰ পূজা কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ জীৱনত সুখ শান্তিয়ে সকলো সময়তে বিৰাজ কৰিব। হনুমানৰ কৃপাত আৰ্থিক কষ্ট নহয়।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে বজৰংবলীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। তেওঁৰ আশীৰ্বাদত নিজৰ জৰুৰী কাম পূৰণত সফল হ’ব বৃশ্চিক ৰাশিৰ জাতক। বজৰংবলীৰ আৰাধৰা কৰিলে বিশেষ ফল লাভ সম্ভৱ বৃশ্চিকৰ জাতকৰ বাবে।

ধনু ৰাশি
ধনু ৰাশিৰ জাতক বিশেষকৈ বজৰংবলীৰ আশীৰ্বাদধন্য। ধনুৰ জাতকক অতিৰিক্ত লাভ প্ৰদান কৰে বজৰংবলীয়ে। তেওঁৰ আশীৰ্বাদত নিজৰ সমস্ত কাম সম্পূৰ্ণ হয়। হনুমানৰ কৃপাত তেওঁলোকে সুখী আৰু সমৃদ্ধ জীৱন উপভোগ কৰিব পাৰে। এওঁলোকৰ আৰ্থিক পৰিস্থিতি ভালেই থাকে। অৱশ্যে আৰ্থিক পৰিস্থিতি উন্নতিৰ বাবে নিয়মিত বজৰংবলীৰ পূজা কৰা উচিত।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে প্ৰতিদিনে বজৰংবলীৰ উপাসনা কৰাটো অতি জৰুৰী। কাৰণ এই ৰাশিৰ জাতক হনুমানৰ বিশেষ প্ৰিয়। বজৰংবলীৰ কৃপাত এওঁলোকে সকলো কামতে প্ৰশংসা লাভ কৰিব। বজৰংবলীৰ আশীৰ্বাদত জীৱনত সুখ আৰু আৰ্থিক সমৃদ্ধিও বৰ্তি থাকিব। কুম্ভ ৰাশিৰ জাতকে প্ৰচুৰ পৰিশ্ৰম কৰিব পাৰিব আৰু নিজৰ বুদ্ধিৰ জোৰত এওঁলোকে সাফল্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

দুদিনীয়া ভ্ৰমণেৰে অসমলৈ মোদী, বতৰে দিব নেকি বিধি-পথালি?

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

পুত্ৰ-কন্যাক দেখিয়েই অনুপ্ৰাণিত! ২০০ কোটিৰ সম্পত্তি বিলাই সন্ন্যাসী হ’ল গুজৰাটৰ দম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.