• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১৭জনে, ১৬ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

ভয়ংকৰ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১৭জনে, ১৬ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

2 years ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

26 minutes ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

1 hour ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

2 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

2 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

5 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

6 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

7 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

8 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

8 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

8 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

9 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১৭জনে, ১৬ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

editor by editor
September 7, 2024
in বিশ্ব, ভাৰত
0
ভয়ংকৰ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১৭জনে, ১৬ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
0
SHARES
633
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১৭জনে, ১৬ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

৬ ছেপ্টেম্বৰৰ সন্ধিয়া আগ্ৰা-হাথৰাছ পথত জনৰাথ বাছ আৰু টাটা এচ বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষত ১৭ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত ১৬ জন লোক আহত হৈছে। গুৰুতৰভাৱে আহত ৮ জন লোকক চিকিৎসাৰ বাবে উন্নত হাস্পতাললৈ প্ৰেৰণ। আন কিছুমান জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আগ্ৰা-হাথৰাছ পথৰ চান্দপা আৰক্ষী থানা এলেকাৰ নাগলা ভূস বাইপাছ কপুৰা ছেক্সনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ কাৰণ টাটা এচ গাড়ীখন ভুলকৈ অভাৰটেকিং কৰা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱাসকলৰ ভিতৰত ১৬ জন আগ্ৰাৰ খাণ্ডাউলী থানা এলেকাৰ গাঁও চেমৰাৰ বাসিন্দা হোৱাৰ বিপৰীতে এজন ফিৰোজাবাদ জিলাৰ বাসিন্দা।

সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে টাটা এচখন বহু দূৰত উফৰি পৰি টুকুৰা-টুকুৰ হৈ যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ নিজেও উদ্ধাৰকাৰ্যত নামি পৰে লগতে আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ কৰে। আহত আৰু মৃতকক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে সমবেত স্থানীয় লোকে। চিকিৎসকে ১৭ জনক মৃত ঘোষণা কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই হাথৰাছ পথ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত সংঘটিত পথ দুৰ্ঘটনাত বহু লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক। আপোনজনক হেৰুৱাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছো।

হাথৰাছৰ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰী যোগীয়ে টুইটাৰযোগে কয় যে হাথৰাছ জিলাত সংঘটিত পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে, যি অত্যন্ত দুখজনক। মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ভগৱান শ্ৰীৰামৰ ওচৰত মৃতকৰ সকলৰ বিদেহী আত্মাৰ শান্তি আৰু আহতসকলক শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা।

হাথৰাছৰ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । মুখ্যমন্ত্ৰী যোগীয়ে টুইটাৰযোগে কয় যে হাথৰাছ জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে অত্যন্ত দুখজনক। মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ভগৱান শ্ৰীৰামৰ ওচৰত তেওঁৰ চৰণত বিদেহী আত্মাক শান্তি আৰু আহতসকলক শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা।

হাথৰাছৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতক ৫০ হাজাৰ টকাৰ এক্স গ্ৰেচিয়া দিয়াৰ কথা ঘোষণা কৰিছে। আনহাতে মুখ্যমন্ত্ৰী আদিত্যনাথে, এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ২ লাখকৈ টকা আৰু গুৰুতৰভাৱে আহত লোকসকলক ৫০ হাজাৰ টকাৰ এক্স-গ্ৰেচিয়া ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentHathrasroad accidentuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!
ভাৰত

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
Next Post
কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগৰ বাবে মালামাল হ’ব ৩ ৰাশি, সূৰ্য্য-বুধ-শুক্ৰৰ কৃপাত সকলো বাধা আঁতৰিব

কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগৰ বাবে মালামাল হ'ব ৩ ৰাশি, সূৰ্য্য-বুধ-শুক্ৰৰ কৃপাত সকলো বাধা আঁতৰিব

মাত্ৰ ৯ বছৰ বয়সতে হৰুৱালে ৩ গৰাকীকৈ গ্ৰেণ্ডমাষ্টাৰ্ছক, কোন এই বিস্ময় বালক, যাৰ বিশ্বজুৰি চৰ্চা

মাত্ৰ ৯ বছৰ বয়সতে হৰুৱালে ৩ গৰাকীকৈ গ্ৰেণ্ডমাষ্টাৰ্ছক, কোন এই বিস্ময় বালক, যাৰ বিশ্বজুৰি চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.