• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

তিনিমাহ ধৰি ঔষধ নাই

6 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

5 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

6 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

6 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

6 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

7 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

8 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

8 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

9 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তিনিমাহ ধৰি ঔষধ নাই

ভয়ংকৰ দুর্দিনত ১৩,৩৬৮ এইড্ছ ৰোগী

editor by editor
July 7, 2020
in অসম, স্বাস্থ্য
0
25
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাস্কৰজ‍্যোতি দাস, অসম লাইভ ২৪ঃ দিনত চাৰিটাকৈ টেবলেট। পুৱা ২ টা আৰু গধূলি ২ টা। পুৱাৰ টেবলেট দুটাই ৰোগীৰ শৰীৰত নিশাৰ ভাগত বংশবৃদ্ধি ঘটা এইছ আই ভি ভাইৰাছৰ ৯৮% ধ্বংস কৰে। অনুৰূপ ধৰণে গধূলিৰ ভাগত সেৱন কৰা টেবলেট দুটাই দিনৰ ভাগত ৰোগীৰ শৰীৰত সৃষ্টি এইছ আই ভি ভাইৰাছৰ ৯৮% বিনষ্ট কৰে। ৰোগীৰ শৰীৰত অৱশিষ্ট মাত্ৰ ২% এইছ আই ভি ভাইৰাছৰ উপস্থিতি ৰাখি বছৰ বছৰ ধৰি এনেদৰেই ৰাজ‍্যৰ বিভিন্ন জিলাৰ চিভিল হাস্পতালসমূহত এইডছ ৰোগীৰ চিকিৎসা কৰি অহা হৈছে। মাহেকৰ কোনোবা এটা নির্দিষ্ট দিনত এইছ আই ভি পজিটিভসকল নিজৰ নিজৰ জিলাৰ চিভিল হাস্পতাললৈ আহে আৰু তাত থকা এআৰটি চেণ্টাৰৰ পৰা নিজৰ বাবে এমাহৰ ঔষধ সংগ্ৰহ কৰে। বিনামূলীয়াকৈ এই ঔষধ যোগান ধৰি অহাৰ উপৰি ৰোগীসকলৰ চিকিৎসালয়লৈ অহা-যোৱা কৰোতে হোৱা যাতায়াত খৰচো চৰকাৰে বহন কৰি আহিছে।

২৪ মার্চৰ পৰা আৰম্ভ হোৱা সর্বাত্মক লকডাউনত বিঘ্নিত ৰাজ‍্যৰ ৰাজহুৱা পৰিবহন ব‍্যৱস্থা। চৰকাৰৰ সীমাবদ্ধ চৰকাৰী পৰিবহন ব‍্যৱস্থা ক’ৰোনা ৰোগী, চিকিৎসক-নার্ছ, কোৱাৰেণ্টাইন জ’ন আদিক লৈয়ে ব‍্যস্ত। মাজতে ব‍্যক্তিগত খণ্ডৰ ব‍্যৱসায়িক পৰিবহন ব‍্যৱস্থাসমূহ চৰকাৰে খুলি দিয়ে যদিও বাহনসমূহত বান্ধি দিয়া যাত্ৰীৰ সীমাবদ্ধতাৰ পৰণতিত আজি পর্যন্ত ৰাজ‍্যখনত ৰাজহুৱা পৰিবহন যোগাযোগ ব‍্যৱস্থা সুচল হৈ উঠা নাই। তিনি মাহৰো অধিক দিন এনেদৰে ৰাজ‍্যত ৰাজহুৱা পৰিবহন ব‍্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ থকাৰ বাবে শেহতীয়াকৈ ৰাজ‍্যখনৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ জীৱনলৈ ভয়ংকৰ পৰিস্থিত নামি আহিছে। ৰাজহুৱা পৰিবহন ব‍্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ পৰিণতিত ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰৰ এইছ আই ভি পজিটিভ লোকসকল নিজৰ ঔষধ সংগ্ৰহৰ বাবে নিজৰ নিজৰ চিভিল হাস্পতাললৈ যাব পৰা নাই। ইফালে, চিভিল হাস্পতালসমূহত প্ৰদান কৰা এই ঔষধ কিনিবলৈ পোৱা নাযায় কোনো ক্লিনিক, ফার্মাচীত। পৰিণতিত ৰাজ‍্যৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ গৰিষ্ঠসংখ‍্যকেই বিগত তিনিমাহ ধৰি নিজৰ নিজৰ ঔষধ সংগ্ৰহ কৰা আৰু ঔষধ সেৱনৰ পৰা বঞ্চিত হ’ব লগা হৈছে। চিকিৎসা বিজ্ঞানৰ ভাষ‍্যমতেই, এইছ আই ভি পজিটিভসকলে নিয়মীয়াকৈ ঔষধ সেৱন কৰা উচিত। অনিয়মীয়া ঔষধ সেৱনৰ ফলত এইছ আই ভি পজিটিভ শৰীৰত ভাইৰাছৰ সংখ‍্যা তড়িৎ গতিত বৃদ্ধি পায় আৰু ইয়ে ৰোগীক বিপজ্জনক অৱস্থালৈ লৈ যাব পাৰে।

সর্বোপৰি, এইচ আই ভি পজিটিভৰ প্ৰধান লক্ষণটোৱেই হ’ল ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা। দেশব‍্যাপি মহামাৰী ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ বেলিকা একমাত্ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বাবেই ৮ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰ বয়সৰ ওপৰৰ লোকসকলক ঘৰৰ বাহিৰ নোলাবলৈ বাৰম্বাৰ চৰকাৰীভাৱে জাননী জাৰি কৰা হৈছে। সমান্তৰালভাৱে একেই ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা এইছ আই ভি পজিটিভ লোকসকলৰ মাহেকৰ ঔষধ সংগ্ৰহ কৰিবলৈ জিলাৰ চিভিল হাস্পতালসমূহলৈ কৰা অতিশয় বিপজ্জনক যাত্ৰা বাধা দিয়াৰো প্ৰয়োজন হৈছে। ক’ৰোনা মহামাৰীৰ বিভীষিকা অন্ত নপৰা পর্যন্ত ৰাজ‍্যখনৰ এইছ আই ভি পজিটিভসকলক তেওঁলোকৰ মাহেকৰ ঔষধ ঘৰে ঘৰে প্ৰদানৰ ব‍্যৱস্থা চৰকাৰে কৰিব নোৱৰাৰো কাৰণ হয়তো নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health Department assamHIVNHM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
Next Post
ৰাজপথত প্ৰতিবাদ নহয়, পথাৰত কৃষিকৰ্মত ব্যস্ত ছাত্ৰ সন্থাৰ কৰ্মী

ৰাজপথত প্ৰতিবাদ নহয়, পথাৰত কৃষিকৰ্মত ব্যস্ত ছাত্ৰ সন্থাৰ কৰ্মী

সোণোৱাল চৰকাৰৰ উদ্যোগ নীতিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা

সোণোৱাল চৰকাৰৰ উদ্যোগ নীতিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.