• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাথাৰকান্দিৰ ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা, মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

পাথাৰকান্দিৰ ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা, মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পাথাৰকান্দিৰ ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা, মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

editor by editor
July 24, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পাথাৰকান্দিৰ ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা, মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাথাৰকান্দিৰ ৰাজ্য কঁপাই যোৱা দুৰ্ঘটনা, মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

কৰিমগঞ্জৰ নিলাম বজাৰ এলেকাৰ বেৰাজাল’ত কালি সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে শিশুসহ চাৰিজন লোকৰ মৃত্যু হৈছিল। পাছত হাস্পতালত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছিল আন এজনে, যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছিল ৫ জনলৈ।

কিন্তু নিশাৰ ভাগত আৰু এজনো লোকে চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাই, যাৰ ফলত দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়। অসম ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে ।

এখন অটো ৰিক্সা আৰু হুণ্ডাই ভেনু বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত বাহন দুখনৰ নম্বৰ AS 11 S 8323 নম্বৰৰ ভেনু আৰু AS 01 BC 201 নম্বৰৰ অটো ৰিক্সা ।

দুই বাহনৰ চাৰি গৰাকী লোক‌’ৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ সমান্তৰালভাৱে আন যাত্ৰীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত । পাছত হাস্পতালত মৃত্যু হয় আন দুগৰাকীৰ।

মৃত্যু হোৱা লোক কেইগৰাকীৰ নাম- গুলজাৰ হুছেইন (৩২) , জাহিদা বেগম (২৬), ছাজিদুল গুছেইন (১৮ মাহ), বেদানা বেগম (৫০) , ৰাহুল আলম (৩০), হাছনা বেগম ( ৪৬) ।

দুই বাহনৰ সংঘৰ্ষৰ ফলত অটো ৰিক্সাখন ৰাজপথৰ পৰা উফৰি পথৰ কাষৰ খাৱৈত বাগৰি পৰিছিল । ঘটনাৰ পিছত উত্তেজিত ৰাইজে অসম ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিছিল যদিও জিলাধিপতি মৃদুল কুমাৰ যাদৱ’ৰ উপস্থিতিত অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ মুক্ত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentAssam AccidentKarimgangeKarimgange accidentPatharkandiroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

কোন কোন খেলুৱৈ T20 ৰ প্লেইং ১১ ত থকাৰ সম্ভাৱনা, বাদ পৰিব ৪ জন

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ’ ৰে’ল- মেয়ৰ মৃগেন শৰণীয়া

শীঘ্ৰে বৃদ্ধি পাব গুৱাহাটী মহানগৰৰ পৰিসৰ, গুৱাহাটীতো চলিব মেট্ৰ' ৰে'ল- মেয়ৰ মৃগেন শৰণীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.