• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাত বিষে কোঙা কৰিছে বাবেই অৱসৰৰ চিন্তা ছাইনা নেহৱালৰ! এই ৰোগৰ পৰা মুক্তি সম্ভৱনে?

বাত বিষে কোঙা কৰিছে বাবেই অৱসৰৰ চিন্তা ছাইনা নেহৱালৰ! এই ৰোগৰ পৰা মুক্তি সম্ভৱনে?

1 year ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

30 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

12 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

14 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাত বিষে কোঙা কৰিছে বাবেই অৱসৰৰ চিন্তা ছাইনা নেহৱালৰ! এই ৰোগৰ পৰা মুক্তি সম্ভৱনে?

বাত বিষে কোঙা কৰিছে বাবেই অৱসৰৰ চিন্তা ছাইনা নেহৱালৰ! এই ৰোগৰ পৰা মুক্তি সম্ভৱনে?

editor by editor
October 23, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বাত বিষে কোঙা কৰিছে বাবেই অৱসৰৰ চিন্তা ছাইনা নেহৱালৰ! এই ৰোগৰ পৰা মুক্তি সম্ভৱনে?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাতৰ বিষত ভূগি আছে ছাইনা নেহৱালে৷ পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে বেডমিণ্টনৰ পৰা অৱসৰ লোৱাৰ কথাও চিন্তা কৰিছে ছাইনা নেহৱালে৷ অলিম্পিকত পদকধাৰী ৩৪ বছৰ বয়সীয়া নেহৱালে হতাশ লৈ লিখিছে, ‘৮ৰ পৰা ৯ঘণ্টা ধৰি খেলা মোৰ বাবে কষ্টকৰ হৈছে৷ আঁঠুৰ অৱস্থা খুবেই বেয়া হৈছে৷ এই ভৰিৰে বিশ্বৰ খেলুৱৈসকলৰ সৈতে খেলা সম্ভৱপৰ হোৱা নহয়৷ হয়তো মই অসুখৰ সৈতে মোকাবিলা কৰিবলৈ এৰি অৱসৰ লোৱাৰ কথা চিন্তা কৰিব লাগিব৷’

বাত বিষ এতিয়া বয়সকালীন ৰোগ নহয়৷ কমবয়সীয়া ছাইনাৰ দৰে খেলুৱৈয়ো এতিয়া এই ৰোগত আক্ৰান্ত হৈছে৷ সেই বিষ এনে এক পৰ্যায় পাইছেগৈ যে তেওঁৰ স্বাভাৱিক জীৱনযাত্ৰাও ব্যাহত হৈছে৷ কেৱল ছাইনাই এই ৰোগত বহুজন পংগু হৈছে৷ বহুতেই খোজ কঢ়াৰ ক্ষমতা পৰ্যন্ত হেৰুৱাই পেলাইছে৷ বলীউড অভিনেত্ৰী বিপাশা বসুও এই ৰোগত আক্ৰান্ত৷ তেওঁ নিজেই জনাইছে যে তেওঁৰ আঁঠুৰ অৱস্থা ৮০বছৰীয়া বৃদ্ধাৰ দৰে৷ তেওঁৰ বাবে দৌৰাদৌৰী, জপিওৱা আদি মুঠেও সম্ভৱ নহয়৷ কিন্তু বাত বিষৰ উপসমৰ কোনো চিকিৎসা নাই নেকি?

চিকিৎসকে কৈছে যে বাতৰ সমস্যাই মাৰাত্মক ৰূপ ল’ব পাৰে৷ কিন্তু এই ৰোগক জীৱনযাত্ৰাত কিছু সালসলনি আনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব৷ অস্থি চিকিৎসকে এই সন্দৰ্ভত জনোৱা অনুসৰি আৰ্থ্ৰাইটিছত নিয়ন্ত্ৰণত ৰাখিব পাৰিব৷ এই নিয়ন্ত্ৰণৰ ৰখা পদ্ধতি নিৰ্ভৰ কৰে আৰ্থ্ৰাইটিছ কি ধৰণৰ তাৰ ওপৰত৷ চিকিৎসকৰ মতে বাত বা আৰ্থ্ৰাইটিছৰ বহু ধৰণ আছে৷ চিকিৎসাৰ পূৰ্বে সেয়া জনাৰ প্ৰয়োজন৷ আৰু জনা দৰকাৰ শৰীৰত আৰ্থ্ৰাইটিছৰ প্ৰভাৱ কোন পৰ্যায়ত আছে৷

কি কি ধৰণৰ আৰ্থ্ৰাইটিছ হ’ব পাৰে?

চিকিৎসকে জনোৱা অনুসৰি আৰ্থ্ৰাইটিছ বহু সময়ত জিনগত কাৰণতেই হয়৷ পৰিয়ালৰ কাৰোবাৰ যদি এই বাত বিষ থাকে তেন্তে পৰবৰ্তী প্ৰজন্মৰ মাজতো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ এক ধৰণৰ আৰ্থ্ৰাইটিছ হয় আমাৰ ইমিউন চিষ্টেমৰ বাবে৷ যি ক্ষমতাই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰে সেয়াই টিছু মাছুলৰ বাবে ক্ষতিকৰ এণ্টিবডি তৈয়াৰ কৰে৷ ইয়াক কোৱা হয় ৰিউমেটয়েড আৰ্থ্ৰাইটিছ৷ যিকোনো বয়সৰ মানুহে এই ধৰণৰ আৰ্থ্ৰাইটিছত ভূগিব পাৰে৷ ইয়াৰোপৰি জীৱনযাপনৰ ধৰণৰ পৰাও আৰ্থ্ৰাইটিছ হ’ব পাৰে বুলি জনাইছে চিকিৎসকে৷

যি ব্যক্তি শাৰীৰিকভাৱে অতি সক্ৰিয় যেনে ফুটবল খেলা, দৌৰা আদিৰ সৈতে যুক্ত তেওঁলোকে অধিকাংশ সময়েই আঁঠুৰ ওপৰত চাপ দিয়ে বাবে তেওঁলোকৰ আৰ্থ্ৰাইটিছ হ’ব পাৰে৷ আকৌ যিসকলে দৈনিক বহি কাম কৰে, দৈনন্দিন কমকৈ খোজকাঢ়ে তেওঁলোকৰো শৰীৰত আৰ্থ্ৰাইটিছৰ সমস্যা হ’ব পাৰে৷

বহি কাম কৰাৰ বাবেই আৰ্থ্ৰাইটিছ বাঢ়িছে?

এক পৰিসংখ্যাই কৈছে যে ভাৰতৰ চহৰ অঞ্চলত আৰ্থ্ৰাইটিছৰ হাৰ মুঠ জনসংখ্যাৰ ৪.৫শতাংশ৷ তুলনাত গাওঁ অঞ্চলৰ মাজত এই ৰোগত আক্ৰান্তৰ হাৰ ০.৬শতাংশ৷ ইয়াৰ কাৰণ হিচাপে চিকিৎসকে দায়ী কৰিছে আমাৰ জীৱনযাত্ৰাক৷ গাওঁৰ মানুহে সচৰাচৰ কাম বেছিকৈ কৰে৷ তেওঁলোকৰ খোজ কঢ়াৰ পৰিমানো বেছি৷ কায়িক পৰিশ্ৰমো বেছি৷ এই তুলনাত চহৰ অঞ্চলৰ মানুহৰ কায়িক শ্ৰমৰ মাত্ৰা বহু কম৷ বেছিভাৱেই বহি বহি কাম কৰে৷ ইয়াৰোপৰি চহৰৰ মানুহৰ মাজত ফাষ্টফুড খোৱা লোকৰ সংখ্যা বেছি৷ এই সকলো মিলি চহৰ অঞ্চলৰ মানুহৰ মাজত অলপ বয়সতে মেদবহুলতাৰ স্বীকাৰ হোৱা লোকৰ সংখ্যা বেছি৷ হাঁড়ৰ ওপৰত চাপ পেলাই ওজনে৷ ক্ষতি হয় কাৰ্টিলেজৰ৷ জয়েন্ট বা অস্থিসন্ধিও ক্ষতিগ্ৰস্থ হয়৷

সমাধান আছেনে?

চিকিৎসকৰ মতে পৰিয়ালত যদি আৰ্থ্ৰাইটিছৰ সমস্যা থাকে তেন্তে পূৰ্বেই সতৰ্ক হলে এই ৰোগৰ পৰা দূৰৈত থকা সম্ভৱ৷ এই ক্ষেত্ৰত নিজৰ দৈনন্দিন ৰুটিনত অলপ এক্সাৰচাইজ ৰাখিব পাৰে৷ যাতে আপুনি মেদবহুলতাৰ চিকাৰ নহয়৷ ফাষ্টফুড জাতীয় খাদ্য এৰাই চলক৷ আৰ্থ্ৰাইটিছ ঔষধেৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ফিজিঅ’থেৰাপিৰ মাধ্যমেৰেও ইয়াক বশ কৰিব পাৰিব৷ একেবাৰেই কাম নহলে ছাৰ্জাৰি কৰিব পাৰে৷ আৰ্থ্ৰাইটিছৰ চিকিৎসা এতিয়া বহু উন্নত৷ ঔষধৰ মানো যথেষ্ট বাঢ়িছে৷ ৰোবোটিৰ আৰ্মৰ দৰে প্ৰযুক্তিও আহিছে৷ যাৰ সহায়ত অস্ত্ৰোপচাৰৰ জৰিয়তে ভাল ফল পোৱা যায়৷ সকলো সময়তেই প্ৰতিস্থাপনৰ অস্ত্ৰোপছাৰ কৰাটোও জৰুৰী নহয়৷ বহু ক্ষেত্ৰত লিগামেণ্ট ৰিপিয়াৰিঙৰ কৰে অস্ত্ৰোপচাৰো চলি আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.