• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

1 year ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

6 minutes ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

42 minutes ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

2 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

2 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

3 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

3 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

4 hours ago
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম, ভোট দিবলৈ আহি জিকাটো খাটাং বুলি কৈ কি কি ক’লে প্ৰশান্ত ফুকনে?

4 hours ago
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক, ভোটদান কৰি অসমবাসীক কি ক’লে বিজয় গুপ্তাই?

4 hours ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

4 hours ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?

editor by editor
January 23, 2025
in Uncategorized, জীৱনশৈলী
0
অষ্টম পে কমিছনৰ অধীনত পেঞ্চন বাঢ়িব ১৮৬শতাংশ! পেঞ্চনভোগীৰ মাহিলী পেঞ্চন কিমান বাঢ়িব?
0
SHARES
20.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা লাঘু হ’ব অষ্টম পে কমিছন৷ ইয়াত চৰকাৰী কৰ্মচাৰীসকল বাদেই পেঞ্চনভোগীসকলো উপকৃহ হ’ব৷ মাহিলী পেঞ্চন এবাৰতেই বহু পৰিমাণে বাঢ়ি যাব৷ কাৰণ DR ও বৃদ্ধি পাব৷ অষ্টম পে কমিছনৰ ফিটমেণ্ট ফেক্টৰ হ’ব পাৰে ২.৮৬৷ বিভিন্ন কৰ্মচাৰী আৰু সংগঠনে সেয়া বৃদ্ধি কৰাৰ বাবেও দাবী জনাইছে৷ অৱশ্যে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷  অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ পেঞ্চন কিমান বাঢ়িব পাৰে তাকে লৈ আলোচনা অব্যাহত আছে৷

সপ্তম পে কমিছন লাঘু হৈছিল ২০১৬ চনত৷ তাতেই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ নূন্যতম বেছিক পেনছন ৯হাজাৰ টকা নিৰ্ধাৰণ কৰা হয়৷ সৰ্বোচ্চ পেঞ্চন ঠিক হয় প্ৰতি মাহে ১,২৫,০০০ টকা( সৰ্বোচ্চ দৰমহাৰ ৫০শতাংশ) ইয়াৰ সৈতে আছে ডিয়াৰনেছ ৰিলিফ বা ডি আৰ৷ বৰ্তমান বেছিক পেনছনৰ ৫৩ শতাংশ ডি আৰ পায় পেঞ্চনভোগীয়ে৷

ইয়াৰ সৈতে আছে ডিয়াৰনেছ ৰিলিফ বা ডি আৰ৷ বৰ্তমান বেছিক পেঞ্চনৰ ৫৩শতাংশ ডি আৰ পায় পেঞ্চনভোগীয়ে৷ এটা উদাহৰণ দাঙি ধৰিলে এই কথা বুজি পোৱাত আপোনাৰো সুবিধা হ’ব৷ ধৰক এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বেছিক পেনছনৰ পৰিমান প্ৰতি মাহে ১০ হাজাৰ টকা৷ তেন্তে ডি আৰ যোগ কৰি তেওঁ হাতত পায় ১৫৩০০ টকা৷ মুদ্ৰাস্ফীতি আৰু কনজিউমাৰ প্ৰাইছ ইনডেক্সৰ সৈতে সংগতি ৰাখি ডি আৰৰ হাৰ ঠিক কৰা হয়৷ যাতে পেঞ্চনভোগীসকলৰ ক্ৰয় ক্ষমতা বৰ্তি থাকে তাৰবাবে এই ধন ঠিক কৰা হয়৷ সপ্তম দৰমহা কমিছনৰ ফিটমেণ্ট ফেক্টৰ আছিল ২.৫৭৷ অষ্টম পে কমিছনত এয়া বাঢ়ি হ’ব ২.৮৬ হ’ব পাৰে৷ ফলত বেতনৰ সৈতে পেঞ্চন বাঢ়িবও পাৰে৷

নূন্যতমঃ বৰ্তমান নূন্যতম পেঞ্চন ৯,০০০টকা৷ ২.৮৬ ফিটমেণ্ট ফেক্টৰ ধৰিলে এয়া বাঢ়ি ২৫,৭৪০ টকা হ’ব৷ অৰ্থাৎ প্ৰায় ১৮৬শতাংশ বাঢ়িব৷

সৰ্বোচ্চ পেঞ্চনঃ সৰ্বোচ্চ পেঞ্চন বৰ্তমান ১,২৫,০০০ টকা৷ অষ্টম পে কমিছনত এয়া প্ৰতি মাহে ৩,৫৭,৫০০ পৰ্যন্ত বাঢ়িব৷ ইয়াৰ সৈতে ডি আৰ যোগ হ’লে পেঞ্চনৰ পৰিমাণ আৰু বাঢ়িব৷

অতিৰিক্ত ভাট্টা আৰু সংশোধনীঃ অষ্টম পে কমিছনৰ আওঁতাত পেনছনৰ সুবিধাৰ বাবে কিছু ধন দিয়া হ’ব পাৰে৷ সেইসমূহ হৈছে ডিয়াৰনেছ ৰিলিফ আৰু গ্ৰেছুইটিৰ সীমা বৃদ্ধি৷

ডিয়াৰনেছ ৰিলিফঃ ভৱিষ্যতৰ বৃদ্ধি সংশোধিত পেঞ্চনৰ ভিত্তিত হিচাপ কৰা হ’ব৷

গ্ৰেছুইটিৰ সীমাঃ দৰমহা আৰু পেঞ্চনৰ পৰিমাণ যিহেতু বাঢ়িছে সেয়ে গ্ৰেচুইটিৰ সীমাও বঢ়োৱা হ’ব পাৰে৷ উল্লেখ্য যে ষষ্ঠ আৰু সপ্তম পে কমিছনৰ দৰমহা বৃদ্ধি অনুসৰি পেঞ্চন বৃদ্ধি কৰা হৈছিল৷ অষ্টম পে কমিছনতো তেনে হ’ব বুলিয়েই অনুমান কৰা হৈছে৷ অৱশ্যে আৰ্থিক বিশেষজ্ঞসকলে কৈছে যে শেষ পৰ্যন্ত আৰ্থিক পৰিস্থিতি, বাজেট আৰু কমিছনৰ সিদ্ধান্তৰ ওপৰতেই সমগ্ৰ বিষয় নিৰ্ভৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?
জীৱনশৈলী

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
প্ৰেয়সীক চৰম সুখ দিয়াৰ পৰিকল্পনাৰে খাইছিল বিশেষ ঔষধ, তাৰপিছত…

প্ৰেয়সীক চৰম সুখ দিয়াৰ পৰিকল্পনাৰে খাইছিল বিশেষ ঔষধ, তাৰপিছত...

ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.