• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশ্চৰ্য ‘চালো’! ৪৭টা ভাষা ক’ব পৰা মানৱ সদৃশ ভাৰতীয় ৰবট

আশ্চৰ্য ‘চালো’! ৪৭টা ভাষা ক’ব পৰা মানৱ সদৃশ ভাৰতীয় ৰবট

5 years ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

3 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

3 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

4 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

4 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

6 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

17 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

18 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

18 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

19 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

20 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আশ্চৰ্য ‘চালো’! ৪৭টা ভাষা ক’ব পৰা মানৱ সদৃশ ভাৰতীয় ৰবট

editor by editor
September 7, 2021
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
আশ্চৰ্য ‘চালো’! ৪৭টা ভাষা ক’ব পৰা মানৱ সদৃশ ভাৰতীয় ৰবট
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বাস্তৱৰ দিশত এঢাপ আগুৱালে ভাৰতৰ স্বপ্নৰ মিছন ‘আত্মনিৰ্ভৰ ভাৰত’, ‘স্কিল ইণ্ডিয়া মিছন’ আৰু ‘ডিজিটেল ইণ্ডিয়া’ মিছনে৷ বিশ্বৰ উন্নতমানৰ প্ৰযুক্তিৰে তৈয়াৰী ‘ছ’ফিয়া’ক চেৰ পেলাব পৰাকৈ ভাৰতত নিৰ্মাণ কৰা হ’ল ‘চালো’ক৷ ‘চালো’- ভাৰতত নিৰ্মিত প্ৰথমটো মানৱ সদৃশ ৰবট৷ উত্তৰ প্ৰদেশৰ এগৰাকী কম্পিউটাৰ বিজ্ঞানৰ শিক্ষক দীনেশ পেটেলে নিৰ্মাণ কৰিছে দেশৰ প্ৰথমটো মহিলা ৰবট ‘চালো’ক৷ বিশ্বৰ প্ৰথমটো মানৱ সদৃশ ৰবট ছ’ফিয়াক চেৰ পেলাব পৰা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰবটটো৷ বহু বছৰৰ প্ৰচেষ্টাৰ অন্তত সম্পূৰ্ণ পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰি উলিয়াইছে ‘চালো’ক৷ ইয়াৰ বিপৰীতে ছ’ফিয়াক তৈয়াৰ কৰা হৈছে বিশ্বৰ উন্নতমানৰ প্ৰযুক্তিৰ প্ৰয়োগেৰে৷ কিন্তু দক্ষতা আৰু কাৰ্যকাৰিতাৰ দিশত ‘ছ’ফিয়া’তকৈ আগবঢ়া ‘চালো’৷ ‘চালো’য়ে বিশ্বৰ ৪৭ টা ভাষা কথা ক’ব পাৰে৷ ইয়াৰে ৯ টা ভাৰতীয় আৰু ৩৮টা বিদেশী ভাষা৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ লোক তথা বিশ্বৰ বিভিন্ন লোকে ‘চালো’ক লগ কৰি নিৰ্বিঘ্নে কথা পাতিব পাৰিব ‘চালো’ৰ সৈতে৷ নিৰ্মাতা দীনেশ পেটেলে ‘বেটি পঢ়াও বেটি বচাও’ মিছনৰ অধীনত প্ৰতিগৰাকী ভাৰতীয় নাৰীলৈ উৎসৰ্গা কৰিছে বিশ্বৰ প্ৰথমটো সামাজিক আৰু শিক্ষাগত ভাৰতীয় ৰবট ‘চালো’ক৷ সম্প্ৰতি কেন্দ্ৰীয় বিদ্যালয় সাংগাথানৰ ষষ্ঠ শ্ৰেণীৰ কম্পিউটাৰ বিজ্ঞানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে ‘চালো’ সন্দৰ্ভত৷ ‘চালো’ৱে কৃত্ৰিম বুদ্ধিমত্তা আৰু ‘মেচিন লাৰ্নিং অলগেৰিডিম’ৰ জৰিয়তে প্ৰশিক্ষিত ডাটাচেটৰ সহায়ত যিকোনো ভাষাত উত্তৰ দিব পাৰে৷ Face Recognition Technologyৰ জৰিয়তে এবাৰ দেখাৰ পাছত মানুহক চিনাক্ত কৰিব পাৰে৷ শিক্ষাৰ ক্ষেত্ৰত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, ইংৰাজী, ভূগোল আৰু বিভিন্ন বিষয়ত শিক্ষাগত প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে৷ ইয়াৰ উপৰি, বিভিন্ন স্থানৰ অনাগত ১০ দিনৰ ৱেডাৰ ৰিপ’ৰ্ট দিব পাৰে ‘চালো’য়ে৷ শিক্ষক, কুইজমাষ্টাৰ, শিক্ষাৰ্থীৰ শিকাৰ সংগী আদি বিভিন্ন ভূমিকা পালন কৰিব পাৰে ৰবট ‘চালো’য়ে৷ ভাৰতবাসীৰ ‘আত্মনিৰ্ভৰ ভাৰত’, ‘স্কিল ইণ্ডিয়া মিছন’ আৰু ‘ডিজিটেল ইণ্ডিয়া’ৰ ক্ষেত্ৰত এক অন্যতম অনুপ্ৰেৰণা ‘চালো’৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24indias first humanoid robotshalu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
বাছভাৰা বৃদ্ধিৰ দাবীত বাছ মালিক-কৰ্মচাৰীৰ প্ৰতিবাদ, অতিৰিক্ত ভাৰা আদায়ৰ অভিযোগ যাত্ৰীৰ

বাছভাৰা বৃদ্ধিৰ দাবীত বাছ মালিক-কৰ্মচাৰীৰ প্ৰতিবাদ, অতিৰিক্ত ভাৰা আদায়ৰ অভিযোগ যাত্ৰীৰ

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.