• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

2 years ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

28 minutes ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

38 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

2 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

2 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

2 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

2 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

3 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

4 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

editor by editor
November 14, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাজাৰ পৰা দখল হেৰুৱাইছে পেলেষ্টাইনৰ সসস্ত্ৰ গোষ্ঠী হামাছে। এই দাবী আমি কৰা নাই। এই দাবী কৰিছে ইজৰাইলে। ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰী যোয়াভ গেলেণ্টে জনোৱা অনুসৰি ১৬ বছৰ ধৰি হামাছে গাজা চহৰ দখল কৰি ৰাখিছিল। কিন্তু শেহতীয়াভাৱে ইজৰাইলে গাজাৰ পৰা হামাছক সম্পূৰ্ণৰূপে নিশেষ কৰাত সফল হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনোৱা অনুসৰি হামাছে গাজা এৰি দক্ষিণ দিশলৈ ইতিমধ্যেই পলাইছে। তেওঁৰলোকৰ ঘাটিসমূহ ইজৰাইলী সেনাৰ কব্জাত আছে। ১৬ বছৰ ধৰি গাজাক হামাছমুক্ত কৰাৰ সপোন দেখিও এইবাৰহে গাজাক সন্ত্ৰাসমুক্ত কৰিব পাৰিছো বুলি জনাইছে বেঞ্জামিন নেতানিয়াহু চৰকাৰে।

ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘হামাছ মুক্ত গাজা। এটাও হামাছ সন্ত্ৰাসবাদী এতিয়া গাজাত নাই। দক্ষিণৰ ফালে হামাছ পলাইছে। সাধাৰণ মানুহে সেই ঘাটিসমূহত আছে।’ এই দাবী ইজৰাইলে কৰিলেও ইয়াৰ সপক্ষে প্ৰমাণ দাঙি ধৰিবলৈ ইজৰাইলৰ হাতত তেনে কোনো ভিডিঅ’ প্ৰমাণ নাই। হামাছক গাজাৰ পৰা খেদি পঠিয়াইছো বুলি দাবী কৰা ইজৰাইলে তেওঁলোকৰ পণবন্দী নাগৰিকসকলকো উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান পণবন্দীক উলিয়াই অনা কামতেই তেওঁলোক ব্যস্ত থকা বুলি জনাইছে নেতানিয়াহু চৰকাৰে। কেনেকৈ পণবন্দীসকলক মুক্ত কৰিব পৰা যায় সেই বিষয়তহে মনোনিৱেশ কৰিছে চৰকাৰে। ইজৰাইল আৰু হামাছৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছে কাটাৰে। কাটাৰৰ প্ৰতিনিধিৰ মাধ্যমেৰে এখন দেশৰ পৰা আন এখন দেশলৈ বাৰ্তাবাহকৰ কাম কৰিছে কাটাৰে।

প্ৰতিৰক্ষামন্ত্ৰী গেলেণ্টৰ বক্তব্যৰ পাছতেই হামাছৰ দাবী, ইজৰাইলে কাটাৰৰ বাৰ্তাক মন দিয়েই যুদ্ধ কমাইছে। হামাছৰ মুখপাত্ৰ আবু ওৱেদিয়াই এই সন্দৰ্ভত কয়, ‘মধ্যস্থতাকাৰীয়ে আমাক জনাইছে যে, পাঁচ দিনৰ যুদ্ধবিৰতি ঘোষণা কৰিলে কিছু পণবন্দীক আমি মুকলি কৰি দিম। সেই পাঁচ দিন আমি আহতসকলৰ চিকিৎসা কৰিম। কিন্তু শত্ৰুপক্ষই আমাৰ কথা মানিব নামানে সেয়া মধ্যস্থতাকাৰীৰ পৰাহে গম পাম।’

৫দিনৰ যুদ্ধবিৰতিৰ পৰিবৰ্তে ৭০ জন পণবন্দীক এৰিবলৈ সাজু হামাছ। ইজৰাইলে ১০০ জনক মুক্তিৰ দাবী জনাইছে। তাৰ পৰিপ্ৰেক্ষিতত হামাছৰ তৰফৰ পৰা লগতে জনাইছে যে, ১০০ জনক মুক্তি দিলে ইজৰাইলৰ জে’লত থকা ২০০ পেলেষ্টাইনী শিশু আৰু ৭৫ মহিলাক মুক্তি দিব লাগিব। বিগত ৭ অক্টোবৰত হামাছ বাহিনীয়ে ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ চলাই বহু নাগৰিকক পণবন্দী কৰিছিল। পণবন্দীৰ সংখ্যা ২০০তকৈয়ো অধিক। তাৰপিছতেই যুদ্ধ আৰম্ভ হৈছে পশ্চিম এছিয়াত। এমাহতকৈয়ো বেছি সময় ধৰি চলা সেই যুদ্ধত প্ৰতি দিনেই বহু মানুহৰ মৃত্যু হৈছে। কেৱল গাজাতেই মৃতকৰ সংখ্যা ১১ হাজাৰ পাৰ হৈছে। ইয়াৰে ৫হাজাৰতকৈয়ো অধিক শিশু বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.