• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

9 months ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

12 minutes ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

18 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

19 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

20 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

21 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

23 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

24 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

1 day ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

editor by editor
April 20, 2025
in বিবিধ, বিশ্ব
0
ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ তাণ্ডৱ। সমগ্ৰ ভাৰতবৰ্ষই য়ি সময়ত ভয়াবহ গৰমৰ সন্মুখীন হৈ আছে তাৰ বিপৰীতে জম্মু-কাশ্মীৰত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ১৯ এপ্ৰিল শনিবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৰষুণে জন-জীৱন ব্যাহত কৰিছে। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে, মৃত্যু পৰ্যন্ত হৈছে লোকৰ।

ধাৰাসাৰ বৰষুণৰফলত উপত্যকাত বহু ঠাইত ভূমিস্খলনৰ লগতে আজি ডাৱৰো বিস্ফোৰণ হয়। যাৰ ফলত বহু ঘৰ ভাঙি যোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ পৰিছে। বাতৰি লিখাৰ সময়লৈকে ৩ জন লোকৰ মৃত্যুৰ খবৰ আহিছে। এতিয়াও সন্ধানহীন বহু লোক।

https://x.com/ANI/status/1913834834000019785

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ এখন গাঁৱত মুষলধাৰ বৰষুণৰ ফলত দেওবাৰে ১০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। জানিব পৰা মতে, ডাৱৰৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলা হোৱাৰ লগতে তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অঞ্চলটোত এতিয়াও সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

https://x.com/ians_india/status/1913821328681189449

প্ৰশাসনে নিয়োগ কৰা উদ্ধাৰকাৰী দলসমূহে নিৰাপদে আৱদ্ধ লোকসকলক বিপদসংকুল ঠাইৰ পৰা উলিয়াই আনিছে। বিগত ২৪ ঘন্টা ধৰি জম্মু-কাশ্মীৰৰ বহু অঞ্চলত বৰষুণ দি আছে।

অবিৰত বৰষুণৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নশ্ৰী-বনিহালৰ মাজত বহু ঠাইত ভূমিস্খলন হৈছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cloude Burst Jammu and KashmirHeavy Rainrain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
Next Post
সাধাৰণ জনতালৈ বিত্ত মন্ত্ৰালয়ৰ সকাহ- ২০০০ টকাৰ ওপৰৰ UPIৰ লেনদেনত নাথাকিব GST

১০ দিনৰ পাছৰে পৰা চন্দ্ৰৰ বাবে ৩ ৰাশিৰ নাথিকব কোনো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন