• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

1 year ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

5 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

5 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

5 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

6 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

6 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

7 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

7 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

8 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

editor by editor
April 20, 2025
in বিবিধ, বিশ্ব
0
ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধাৰাসাৰ বৰষুণ- ডাৱৰ বিস্ফোৰণ কাল হৈ নামিছে স্বৰ্গভূমি জম্মু-কাশ্মীৰত, বহু সন্ধানহীন ৩ নিহত

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ তাণ্ডৱ। সমগ্ৰ ভাৰতবৰ্ষই য়ি সময়ত ভয়াবহ গৰমৰ সন্মুখীন হৈ আছে তাৰ বিপৰীতে জম্মু-কাশ্মীৰত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ১৯ এপ্ৰিল শনিবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৰষুণে জন-জীৱন ব্যাহত কৰিছে। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে, মৃত্যু পৰ্যন্ত হৈছে লোকৰ।

ধাৰাসাৰ বৰষুণৰফলত উপত্যকাত বহু ঠাইত ভূমিস্খলনৰ লগতে আজি ডাৱৰো বিস্ফোৰণ হয়। যাৰ ফলত বহু ঘৰ ভাঙি যোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ পৰিছে। বাতৰি লিখাৰ সময়লৈকে ৩ জন লোকৰ মৃত্যুৰ খবৰ আহিছে। এতিয়াও সন্ধানহীন বহু লোক।

https://x.com/ANI/status/1913834834000019785

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ এখন গাঁৱত মুষলধাৰ বৰষুণৰ ফলত দেওবাৰে ১০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। জানিব পৰা মতে, ডাৱৰৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলা হোৱাৰ লগতে তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অঞ্চলটোত এতিয়াও সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

https://x.com/ians_india/status/1913821328681189449

প্ৰশাসনে নিয়োগ কৰা উদ্ধাৰকাৰী দলসমূহে নিৰাপদে আৱদ্ধ লোকসকলক বিপদসংকুল ঠাইৰ পৰা উলিয়াই আনিছে। বিগত ২৪ ঘন্টা ধৰি জম্মু-কাশ্মীৰৰ বহু অঞ্চলত বৰষুণ দি আছে।

অবিৰত বৰষুণৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নশ্ৰী-বনিহালৰ মাজত বহু ঠাইত ভূমিস্খলন হৈছে, যাৰ বাবে যাতায়ত বন্ধ হৈ পৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cloude Burst Jammu and KashmirHeavy Rainrain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
সাধাৰণ জনতালৈ বিত্ত মন্ত্ৰালয়ৰ সকাহ- ২০০০ টকাৰ ওপৰৰ UPIৰ লেনদেনত নাথাকিব GST

সাধাৰণ জনতালৈ বিত্ত মন্ত্ৰালয়ৰ সকাহ- ২০০০ টকাৰ ওপৰৰ UPIৰ লেনদেনত নাথাকিব GST

১০ দিনৰ পাছৰে পৰা চন্দ্ৰৰ বাবে ৩ ৰাশিৰ নাথিকব কোনো সমস্যা

১০ দিনৰ পাছৰে পৰা চন্দ্ৰৰ বাবে ৩ ৰাশিৰ নাথিকব কোনো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.