• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

3 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

48 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

1 hour ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

2 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

3 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

4 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

5 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

14 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

15 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

editor by editor
September 7, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বিগ বাজেটৰ ছবি জাৱানে। এই ছবিৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চাবলৈ চিনেমাহল সমূহত ভিৰ কৰিছে জনতাই। দক্ষিণী পৰিচালক এটলিৰ নিৰ্দেশনাত একদম নতুন অৱতাৰ দেখা যাব শ্বাহৰুখ খানৰ। ছবিখন চাবৰ বাবে লাইন পাতিছে হাজাৰ হাজাৰ অনুৰাগীয়ে। এক ৰিপৰ্ট অনুসৰী প্ৰথম দিনাই ছবিখনে প্ৰায় ১০০ কোটি টকা আয় কৰিছে। ছবিখন মুক্তিৰ পাছতেই দুচিন্তাত ভূগিছে শ্বাহৰুখ। চিন্তাত পৰিছে টীম জাৱানৰ প্ৰতিজন সদস্যই। কাৰণ মুক্তিৰ কেইবাঘণ্টা পাৰ নৌহওঁতেই টৰেণ্ট ৱেবচাইটত ভাইৰেল হৈ পৰিছে ছবিখন।

কেনেকৈ ভাইৰেল হ’ল ছবিখন?
বিভিন্ন টৰেণ্ট ৱেবচাইট যেনে Tamilrockers, Movierulz আৰু Telegram এপত HD ৰূপতেই ভাইৰেল হৈছে ছবিখন। বহুতৰে দাবী মুক্তিৰ প্ৰথম দিনাই এনেকৈ ছবিখন ভাইৰেল হ’লে বক্স অফিচত প্ৰভাৱ পৰিব। যিমান আশা কৰা হৈছে তাতকৈ বক্স অফিচত কম ব্যৱসায় কৰিব ছবিখনে। পৰিসংখ্যা অনুযায়ী মুক্তি পোৱাৰ আগে আগেই ছবিখনৰ ৭.৫ লাখ টিকেট বুকিং হৈছিল। ভাৰত তথা বিশ্বজুৰি শ্বাহৰুখৰ ভক্তসকলে এই ছবি চাবলৈ অপেক্ষা কৰিছিল। তেনে সময়ত জাৱান পাইৰেছিৰ স্বীকাৰ হোৱাটোৱে বহুতৰে উৎসাহ কমাই দিয়াও পৰিলক্ষিত হৈছে।

কেৱল জাৱানেই নহয়, শ্বাহৰুখ খানৰ অভিনীত পাঠান, ছানি দেওলৰ গদৰ-২, অৱতাৰ-২, আদিপুৰুষ, ৰজনীকান্তৰ জেইলাৰ, ৰকি ঔৰ ৰানী কি প্ৰেম কাহানী, অএমজি-২ ইত্যাদিও পাইৰেচীৰ চিকাৰ হৈছে। এই বিষয়টোক লৈ বিগত সময়ত একাধিক অভিযোগো আনিছে ছবি নিৰ্মাতাসকলে। তেওঁলোকৰ অভিযোগ যে এই ধৰণৰ পাইৰেচীয়ে বক্স অফিচ কালেকচনত প্ৰভাৱ পেলাই। ইয়াৰ ফলত বিশেষকৈ নতুন ছবি নিৰ্মাতাসকল ক্ষতিগ্ৰস্থ হয়। এখন ছবি নিৰ্মাণ কৰিবলৈ প্ৰযোজকে কোটি কোটি টকা ব্যয় কৰে। অগণিত মানুহৰ পৰিশ্ৰম ইয়াৰ সৈতে যুক্ত হৈ থাকে। অনলাইনত ছবিৰ পাইৰেচী হ’লে চিনেমাহলত লৈ ছবিখন চাবলৈ দৰ্শকে আগ্ৰহ প্ৰকাশ নকৰে। দেশৰ কপিৰাইট এক্ট ১৯৫৭ অনুযায়ী, পাইৰেচী এক দণ্ডনীয় অপৰাধ। পূৰ্বে সমস্ত চাইটসমূহৰ বিৰুদ্ধে একাধিক ব্যৱস্থা লোৱা হৈছিল। কিন্তু প্ৰতিবাৰেই দেখা গৈছে যে ছাইবাৰ অপৰাধীয়ে পুৰণি চাইট ব্লক কৰি নতুন ডমেইন লয়। তেতিয়া নতুন চাইটটোত চিনেমাখন আপলোড কৰে। শেহতীয়াকৈ জাৱানৰ পাইৰেচীৰ পাছতেই এই ৱেবচাইটসমূহক লৈ সৰৱ হৈ পৰিছে চিনেমা নিৰ্মাতা এটলী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
Next Post
প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.