যোৰহাটত সাংবাদিকৰ ওপৰত ভয়ংকৰ আক্ৰমণ। সাংবাদিকক আক্ৰমণ তথাকথিত হিন্দুত্ববাদী সংগঠন হিন্দু জাগৰণ মঞ্চৰ। কেইবাজনো সাংবাদিক আহত হোৱাৰ বিপৰীতে ৩ দুৰ্বৃত্তক আটক।