• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
mob lynching

যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাসক গ্ৰেপ্তাৰ, হত্যাকাণ্ডত জড়িত ১৩ জনক গ্ৰেপ্তাৰ

5 years ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

12 minutes ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

46 minutes ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

1 hour ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

2 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

3 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

4 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

19 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

19 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

20 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

20 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাসক গ্ৰেপ্তাৰ, হত্যাকাণ্ডত জড়িত ১৩ জনক গ্ৰেপ্তাৰ

editor by editor
November 30, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
mob lynching
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ৷ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক’লা ওৰফে নীৰজ দাসক৷ বৰ্তমানলৈকে হত্যাকাণ্ডত জড়িত ১৩ জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱ দা আৰু চিৰঞ্জীৱ দাস৷ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল ক’লা গুণ্ডা৷ বড়িগাঁৱৰ এখন বাঁহনিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী নীৰজক৷ সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াত ক’লা গুণ্ডাৰ নেতৃত্বত গুণ্ডাবাহিনীৰ এটা দলে বৰ্বৰভাৱে হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষ ভূঞাক৷ সদৌ অসম ছাত্ৰসন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আছিল অনিমেষ ভূঞা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: animesh bhuyanasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelmob lynching
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
article

The Unwanted Last Lession

parag agarwal

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত অব্যাহত আছে ভাৰতীয় সন্তানৰ দপদপনি, এইবাৰ Twitterৰ CEO হিচাপে ভাৰতীয় সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.