• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীয়ে

শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীয়ে

5 years ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

13 minutes ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

28 minutes ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

1 hour ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

2 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

3 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

4 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

5 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

6 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীয়ে

editor by editor
July 28, 2021
in গুৱাহাটী, ভাৰত, ৰাজনীতি
0
শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীয়ে
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি শপত ল’লে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাচৱাৰাজ বোম্মাইয়ে। ৰাজ্যপাল থাৱৰ সিং গেহলটে শপত বাক্য পাঠ কৰোৱায় বোম্মাইক। বুধবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বানপানী সমস্যা আৰু কোভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেট বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰ কৰ্ণাটকৰ হাভেৰি জিলাৰ ছিগগাঁৱৰ পৰা বিজেপিৰ তিনিবাৰৰ বিধায়ক আছিল বোম্মাই। কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে বাচৱাৰাজ বোম্মাইয়ে। উল্লেখ্য, সোমবাৰে পদত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বি এচ য়েডিয়ুৰাপ্পাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24basavaraj bummaikarnataka cm
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
অলিম্পিকত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন, আৰ্চাৰী, হকী, বেডমিণ্টন আৰু বক্সিঙত জয়যাত্ৰা অব্যাহত

অলিম্পিকত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন, আৰ্চাৰী, হকী, বেডমিণ্টন আৰু বক্সিঙত জয়যাত্ৰা অব্যাহত

অলিম্পিকত আশা, আগবাঢ়িছে ভাৰতীয় খেলুৱৈ

অলিম্পিকত আশা, আগবাঢ়িছে ভাৰতীয় খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.