• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

3 months ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

24 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

56 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

৩১ জুলাইত লাভলীনাৰ ছেমি ফাইনেল

editor by editor
July 24, 2026
in অসম, ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানৰ লগে লগে ভাৰতৰ প্ৰথমটো পদক নিশ্চিত হৈছে। অসমকন্যা তথা ভাৰতৰ তাৰকা মহিলা বক্সাৰ, অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে অতি কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে। নিজৰ শাখাত বাই লাভ কৰাৰ সুবাদত লাভলীনা বৰগোহাঁয়ে কমনৱেলথ গেমছৰ ছেমি ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ নিশ্চিত কৰিছে। ছেমি ফাইনেলত স্থান লাভ কৰি ইতিমধ্যে লাভলীনাৰ জৰিয়তে CWG26ৰ আৰম্ভণিৰ পূৰ্বেই ভাৰতে ন্যূনতম ব্ৰঞ্জৰ পদক লাভ কৰিছে অৰ্থাৎ বক্সিং ৰিঙত প্ৰৱেশ কৰাৰ আগতেই ইতিমধ্যে লাভলীনাৰ প’ডিয়ামৰ স্থান নিশ্চিত হৈ পৰিছে।

৩১ জুলাইত লাভলীনাৰ ছেমি ফাইনেল

উল্লেখ্য যে ৩১ জুলাইত অনুষ্ঠিত হ’বলগীয়া ছেমিফাইনেলত অৱতীৰ্ণ হ’ব অসমকন্যা লাভলীনা। মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনলেত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হব টুভালুৰ টাৰোনা টাফাকি। ছেমি ফাইনেলত পৰাস্ত হোৱা প্ৰতিযোগীয়ে ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ লগতে জয়ী হোৱা প্ৰতিযোগীয়ে প্ৰৱেশ কৰিব ফাইনেলত।

এইবাৰ হ্ৰাস পাব পাৰে ভাৰতৰ পদকৰ সংখ্যা

বিগত কমনৱেলথ গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা আছিল ৩১টা। কিন্তু এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে এইবাৰ ৪বিধ খেলক অন্তৰ্ভুক্তিৰ পৰা বিৰত আছে কমনৱেলথ গেমছ কমিটীয়ে। এই ৪ বিধ খেল হৈছে হকী, বেডমিণ্টন, ক্ৰিকেট আৰু মল্লযুঁজ। উল্লেখ্য যে এই চাৰিওটা গেমতে ভাৰতৰ পাৰদৰ্শিতা আছিল প্ৰশংসনীয়। এই চাৰিওবিধ খেলতে ভাৰতৰ পদক নিশ্চিত আছিল। কিন্তু এই খেলকেইবিধক অন্তৰ্ভুক্তি নকৰাত পদকৰ সংখ্যা পূৰ্বৰ সংস্কৰণৰ তুলনাত হ্ৰাস পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। চলিত কমনৱেলথ গেমছ ভাৰতে এথলেটিকছ, বক্সিং, ভাৰোত্তোলন, জুডো, আৰ্টিষ্টিক জিমনাষ্টিক, ট্ৰেক চাইকেলিং, লন বাউল আৰু সাঁতোৰকে ধৰি ৮বিধ খেলত অংশগ্ৰহণ কৰিছে। অহা ২৭ জুলাইৰ পৰা ১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই এথলেটিকছ প্ৰতিযোগিতাত বিশ্বৰ মনোযোগ কেন্দ্ৰীভূত হ’ব নীৰজ চোপ্ৰাৰ ওপৰত। ২০১৮ চনৰ গোল্ড কোষ্ট চি ডব্লিউ জিত নীৰজে স্বৰ্ণ পদক লাভ কৰে। ২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত আঘাতৰ বাবে তেওঁ অংশ ল’ব নোৱাৰিলে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Lovleena Borgohain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.