• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

6 months ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

24 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

55 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

2 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

3 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

4 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

5 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ

editor by editor
October 17, 2025
in জীৱনশৈলী
0
দীপাৱলিৰ পাছতেই মহালক্ষ্মী ৰাজযোগ, মা লক্ষ্মী আহিব ৪ ৰাশিৰ ঘৰত, উপচি পৰিব সম্পদ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২০ অক্টোবৰত পালিত হ’ব কালীপূজা আৰু দীপাৱলি৷ আৰু ঠিক তাৰ পাছৰ দিনা অৰ্থাৎ ২১ অক্টোবৰ মঙ্গলবাৰে তুলা ৰাশিত গোচৰ কৰিব চন্দ্রই৷ অন্যহাতে ১৩ ছেপ্টেম্বৰৰ পৰাই তুলা ৰাশিত অৱস্থান কৰিছে মঙ্গলে৷ ইয়াৰপাছতেই ২৭ অক্টোবৰত ৰাশি পৰিবৰ্তন কৰিব ৰঙা গ্ৰহ মঙ্গলে৷ চন্দ্ৰ আৰু মঙ্গলৰ যুঁটিত গঠিত হ’ব শক্তিশালী মহালক্ষ্মী ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব৷ জানি থওক দীপাৱলিৰ পাছতেই লক্ষ্মী আহিব কোন কোন ৰাশিৰ ঘৰত৷

মেষ ৰাশি

মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত অৰ্থ উপাৰ্জনৰ নতুন পথ খুলিব মেষ ৰাশিৰ জাতকৰ সন্মুখত৷ ৰৈ থকা প্ৰকল্পৰ কাম সম্পন্ন হ’ব৷ আপোনাৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ শুভ অনুষ্ঠানত অংশ ল’ব পাৰে৷ দৰমহা বৃদ্ধি হোৱাৰ যোগ আছে৷

কৰ্কট ৰাশি

মহালক্ষ্মী ৰাজযোগৰ বিশেষ শুভ প্ৰভাৱ পৰিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপোনাৰ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ কোনো কামত দীৰ্ঘদিনৰ বাধা থাকিলে দূৰ হ’ব৷ অতিৰিক্ত অৰ্থলাভৰ পথ খুলিব পাৰে আপোনাৰ সন্মুখত৷ নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷

মকৰ ৰাশি

মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত চকুত লগা উন্নতি কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ পৰিশ্ৰমৰ সুফল পাব আৰু সামাজিক প্ৰতিপত্তি আৰু মৰ্যদা বাঢ়িব৷ অফিচত কাম আৰু সামাজিক পদমৰ্যদা বাঢ়িব৷ অফিচত কামৰ নতুন দায়িত্ব পাব আৰু পদোন্নতি হ’ব পাৰে৷ কামৰ প্ৰশংসা পাব৷

মীন ৰাশি

চন্দ্ৰ আৰু মঙ্গলৰ যুঁটিত মহালক্ষ্মী যোগ গঠিত হ’লে অত্যন্ত লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ মন শান্ত থাকিব আৰু নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব৷ অফিচত চিনিয়ৰ অফিচাৰসকলৰ সমৰ্থন পাব৷ ব্যৱসায়ত লাভ হ’ব৷ নতুন চুক্তি স্বাক্ষৰিত হ’ব৷ আৰ্থিক সমস্যা দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
কাঞ্চনজংঘাৰ দৰেই সু-উচ্চ, স্পষ্ট আৰু সুন্দৰ আছিল জুবিন, জুবিনৰ মৃত্যুত শোকস্তব্ধ পৰিয়াল তথা অসমবাসীৰ কাষত থিয় দিবলৈ দুখেৰে আহিছোঃ ৰাহুল গান্ধী

ধনতেৰছত লক্ষ্মীৰ কৃপা ৫ ৰাশিত, ব্ৰহ্মা যোগত কাৰ কাৰ হাতলৈ আহিব ধন, সৌভাগ্য তুংগত থাকিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন