• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

4 years ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

23 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

4 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

5 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ

editor by editor
February 12, 2022
in অসম, ভাৰত
0
দুঃসাহসিক! চলন্ত ৰে’লৰ ট্ৰেকত পৰা যুৱতীৰ প্ৰাণৰক্ষা এগৰাকী লোকৰ
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ভাইৰেল ভিডিঅ’ৱে সামাজিক মাধ্যমৰ লগতে দেশৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে৷ চলন্ত ৰে’লৰ ট্ৰেকৰ পৰা এগৰাকী যুৱতীৰ প্ৰাণৰক্ষা কৰিছে এজন লোকে৷

টুইটাৰত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এতিয়া ৩৭ বছৰীয়া দুঃসাহসী লোকজন দেশজুৰি চৰ্চা লাভ কৰিছে৷

শুকুৰবাৰে আনুষ্ঠানিকভাৱে ভাইৰেল হোৱা ঘটনাটো যোৱা ৫ ফেব্ৰুৱাৰিত সংঘটিত হৈছিল৷

ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ভূপাল চহৰৰ বাৰখেদীৰ মহম্মদ মেহবুব নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে নিশা ৮ বজাত কৰ্মস্থানৰ পৰা ঘৰলৈ ওভতি আহি আছিল৷

তেনে সময়তে এগৰাকী যুৱতীয়ে হাতত বেগ লৈ ৰে’লৱে ক্ৰ’ছিং পাৰ হ’বলৈ চেষ্টা কৰে৷ নাতিদূৰৈত পাইছিলহি এখন মালবাহী দ্ৰুতবেগী ৰে’ল৷

এনেতে হঠাৎ যুৱতীগৰাকী কিবা কাৰণত ৰে’লৱে ট্ৰেকৰ মাজতে আৱদ্ধ হৈ পৰে৷ ইফালে দ্ৰুতগতিৰ ট্ৰেইনখনে যুৱতী গৰাকীৰ তেনেই ওচৰত, সকলো প্ৰত্যক্ষদৰ্শীৰ বুকুত ধপধপনি৷ যুৱতীগৰাকীৰ পিতৃ আৰু ভাতৃয়ে নিজৰ কন্যা আৰু ভগ্নীক হেৰুওৱাক নিশ্চিত সম্ভাৱনাত চকু মুদি দিছে!

এক লহমা পলম হ’লেই যে যুৱতীগৰাকীৰ নিৰ্ঘাত মৃত্যু! ঠিক তেনে সময়তে মৃত্যু ভয়ক নেওচা দি মহম্মদ মেহবুবে ৰে’লৱেৰ ট্ৰেকলৈ জঁপিয়াই দিয়ে৷ আৰু থিয় হৈ ৰে’লৱে ট্ৰেকত আৱদ্ধ হৈ থকা যুৱতীগৰাকীক তক্ষণাৎ টানি ৰে’লৱে ট্ৰেকত সমান্তৰালভাৱে শুৱাই দি নিজেও শুই দিয়ে৷

আৰু তৎমুহূৰ্ততে তেওঁলোকৰ শৰীৰ ওপৰেৰে মালবাহী ৰে’লখনৰ ১৮ টা দবা পাৰ হৈ যায়৷ আৰু যুৱতীগৰাকীৰ লগতে মহম্মদ মেহবুবৰ জীৱনো ৰক্ষা পৰে৷

আৰু এই সমগ্ৰ কাণ্ডটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে যুৱতীগৰাকীৰ প্ৰাণৰক্ষা কৰা মহম্মদ মেহবুবক অসংখ্য লোকে ধন্যবাদ আৰু কৰ্তৃজ্ঞতা প্ৰকাশ কৰিছে৷

ইফালে প্ৰাণৰক্ষা পৰা পিছতে যুৱতীগৰাকীয়ে ঘটনাস্থলীতে উপস্থিত থকা নিজ পিতৃ আৰু ভাতৃক সাৱটি কান্দিবলৈ আৰম্ভ কৰে৷ সেই সময়ত যুৱতাগৰাকীৰ পিতৃ আৰু ভাতৃয়েও ৰে’লৱে ট্ৰেকটো পাৰ হ’বলৈ তাতে ৰৈ আছিল৷

আনহাতে, নিৰ্ঘাত মৃত্যুৰ পৰা যুৱতীগৰাকীৰ প্ৰাণৰক্ষা কৰা মহম্মদ মেহবুবৰ ঘৰ চহৰখনৰ অশোক বিহাৰত বুলি জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalrescue woman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.