• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

4 years ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

9 minutes ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

18 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

18 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

20 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

20 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

21 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

22 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

24 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

24 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

1 day ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

1 day ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

editor by editor
April 11, 2022
in চিনেমা, ভাৰত
0
কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?
0
SHARES
670
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বলিউদৰ এজন পৰিচালকৰ বাতৰিয়ে বি টাউন, সামাজিক মাধ্যম আৰু দেশৰ সংবাদ মাধ্যমতো তোলপাৰ লগাইছে৷ বাতৰিটো হৈছে নাৰী অধিকাৰ হকে কাম কৰা মাত মাতি অহা বলিউদৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালকে এগৰাকী মডেলক গৰ্ভপাত কৰিবলৈ বাধ্য কৰাইছিল৷

গৰ্ভপাত কৰিবলৈ বাধ্য হোৱা মডেলগৰাকীৰ হৈছে ইৰাণী মূলৰ মান্দনা কৰিমী৷ লক’আপ নামৰ এক ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি বলিউদৰ বিৰ্তকিত অভিনেত্ৰী তথা শ্ব’টোৰ হোষ্ট কংগণা ৰাণাৱট আগত মান্দনাই এই সমস্ত কাহিনী বিৱৰি কয়৷

মান্দনাৰ মতে লকডাউনৰ সময়ত তেওঁৰ স্বামীৰে বিচ্ছেদ হোৱাৰ পিছতে তেওঁ মানসিকভাৱে ভাগি পৰিছিল৷ ঠিক তেনে সময়তে নাৰী অধিকাৰ প্ৰতি সচেষ্ট বলিউদৰ এগৰাকীৰ যশস্বী ছবি পৰিচালকেৰে তেওঁৰ বন্ধুত্ব আৰম্ভ হয়৷ পৰিচালকগৰাকীয়ে ভগ্ন মান্দনাক মানসিকভাৱে সাহস দিয়াৰ লগতে জীৱনটোক নতুনকৈ জীবলৈ সাজু কৰি তোলে৷

 

লগতে পঢ়ক কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

তেওঁলোকে দুয়ো একেলগে থাকিবলৈ লয়৷ এই সম্পৰ্কটো তেওঁলোকে সম্পূৰ্ণ গোপনীয়ভাৱে ৰাখে৷ ইয়াৰ মাজতে তেওঁলোকে এটা সন্তানৰ পৰিকল্পনা কৰে৷ সেই মতেই মান্দনা গৰ্ভৱতীও হয়৷ কিন্তু ইয়াৰ পিছতে হঠাতে পৰিচালকগৰাকীয়ে মন সলনি কৰি মান্দনাক গৰ্ভপাত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷

‘‘আমি সন্তানৰ পৰিকল্পনা কৰো আৰু পৰিকল্পনাৰ মতে আগবাঢ়ো৷ তেনেতে তেওঁ মন সলনি কৰে৷ তেওঁ কয় যে মানসিকভাৱে পুনৰ পিতৃ হ’বলৈ সাজু হ’ব পৰা নাই৷ ইতিমধ্যে তেওঁ এটা সন্তানৰ পিতৃ৷ তেওঁ কয়, ‘মই বিশ্বাস কৰিব পৰা নাই যে ৩৩ বছৰ বয়সতো তুমি সহজে গৰ্ভৱতী হ’বা’৷’’

পৰিচালকগৰাকীৰ হেঁচাৰ বাবেই মান্দনাই গৰ্ভপাত কৰে৷ কিন্তু মান্দনাই পৰিচালকগৰাকীৰ নাম প্ৰকাশ কৰা নাই৷ এই কথা মডেলগৰাকীয়ে শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ বহুতে পৰিচালকগৰাকী অনুৰাগ কাশ্যপ বুলিও অভিহিত কৰিছে৷ কোনো কোনো টুইটাৰ ইউজাৰে অনুৰাগ কাশ্যপ আৰু মান্দনাৰ যুগ্ম ফ’টো শ্বেয়াৰ কৰি বিভিন্ন ধৰণৰ মন্তব্য কৰিছে৷

 

লগতে পঢ়ক দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

উল্লেখ্য যে যোৱা বছৰ পশ্চিমবংগৰ এগৰাকী অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰোতে মান্দনাই অনুৰাগ কাশ্যপৰ কাষত থিয় দিছিল৷ মান্দনাই আনকি কৈছিল যে অনুৰাগ কাশ্যপে নাৰীৰ অধিকাৰ হকে মাত মতাই নহয় নাৰীক সন্মান কৰিবও জানে, তেনে এজন লোকে কেতিয়াও নাৰীক যৌন আতিশয্য কৰাতো সম্ভৱ নহয়৷

এই সকলোবোৰ দিশ লক্ষ্য কৰি মান্দনাই পৰিচালকগৰাকীৰ নাম ৰাজহুৱা নকৰিলেও সামাজিক মাধ্যমত বিভিন্ন লোকে অনুৰাগ কাশ্যপৰ নাম লোৱা দেখা গৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anurah kashyapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkangana ranautMandana Karimi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক'লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.