• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

5 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

10 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

11 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

12 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

13 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

14 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

15 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

16 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

editor by editor
October 27, 2025
in জীৱনশৈলী
0
গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি মঙল গ্ৰহ হৈছে আমাৰ কৰ্মৰ অধিপতি৷ অৰ্থাৎ মঙল ভালে থাকিলে কেৰিয়াৰত উন্নতি কৰা সহজ হয়৷ জাতকৰ কোষ্ঠীত মঙল শক্তিশালী হলে কৰ্মক্ষেত্ৰত নিজৰ আধিপত্য আৰু প্ৰতিপত্তি বিস্তাৰ কৰিব পাৰে জাতকে৷ আকৌ দুৰ্বল মঙলৰ অশুভ প্ৰভাৱত পৰিশ্ৰম কৰিলেও কাঙ্খিত সাফল্য লাভ নকৰে জাতকে৷ মঙল ভালে থাকিলে সমাজতো প্ৰতিপত্তি আৰু সন্মান লাভ কৰা সম্ভৱ৷ কেৰিয়াৰৰ ক্ষেত্ৰতো ডাঙৰ কোনো পুৰস্কাৰ লাভ কৰে সেই ব্যক্তিয়ে৷ ১২ ৰাশিৰ মাজত মাত্ৰ ২ টা ৰাশিৰ ওপৰত সৰ্বদা থাকে মঙ্গলৰ কৃপা৷ জানি থওক সেই ২ ৰাশি কি কি?

কোন ৰাশিত মঙ্গলৰ আশীৰ্বাদ

জ্যোতিষ গণনা অনুসৰি কৰ্কট আৰু কুম্ভ ৰাশিৰ জাতকৰ ওপৰত থাকে মঙ্গলৰ আশীৰ্বাদ৷ এই দুই ৰাশিৰ জাতকে মঙ্গলক তুষ্ট কৰিলেই পেছাগত জীৱনত বহুদূৰ আগুৱাব পাৰে৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত মঙ্গলৰ অশেষ কৃপা থাকে৷ সকলো কামতেই এওঁলোকে সাফল্য পায়৷ আৰ্থিক সমস্যাত পৰিলেও সেই সমস্যাৰ পৰা তেওঁলোক উলাই আহিব পাৰে৷ পৰিয়ালৰ সৈতে এওঁলোকৰ সম্পৰ্ক ভালেই থাকে৷ কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে৷ যাৰ ফলো তেওঁলোকে পায়৷ দাম্পত্য জীৱন সুখৰ হয়৷ স্বাস্থ্যগত দিশৰ পৰাও ভালে থাকে এই ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতক মঙ্গলৰ খুবেই প্ৰিয় হয়৷ এওঁলোকৰ জীৱনলৈ অহা সকলো বাধাই নিমিষতে দূৰো হয়৷ কৰ্মক্ষেত্ৰত এওঁলোকে প্ৰশংসা লাভ কৰে৷ কোনো দায়িত্ব পালে সেয়া সুন্দৰভাৱে পালন কৰে৷ আৰ্থিক দিশৰ পৰা তেওঁলোক মজবুত৷ মঙ্গলৰ কৃপাত তেওঁলোকৰ কোনোদিনে ধনৰ অভাৱ নহয়৷ দাম্পত্য জীৱনত সংগীৰ সহযোগিতা সকলো সময়তে লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন