মোদী চৰকাৰৰ যুগান্তকাৰী অর্থনীতি। টোলগে’টৰ মাচুল, ইন্ধন, ঔষধৰ মূল্যবৃদ্ধি। বেংকৰ জমা ধনৰ সুতৰ হাৰ হ্ৰাস। বেংকৰ জমাধনৰ সুত দিয়াৰো সামৰ্থ নাইকিয়া হৈছে চৰকাৰৰ।