• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ

editor by editor
May 9, 2022
in অপৰাধ, বিবিধ, ভাৰত
0
হাফ খাইয়ো নালাগিল নিচা, ৱাইনশ্বপ বিৰুদ্ধে গোচৰ এজন লোকৰ
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আমোদজনক কাণ্ডই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ বিলাতী সুৰাপান কৰাৰ পিছতো নিচা নোহোৱাৰ বাবেই এজন লোকে মদ বিক্ৰী কৰা দোকানৰ বিৰুদ্ধ তৰিলে গোচৰ৷

এই আমোদজনক ঘটনাটো মধ্য প্ৰদেশৰ উজ্জয়নৰ৷ চহৰখনৰ বাহাদুৰগঞ্জ অঞ্চলৰ লোকেশ ছেঠিয়া নামৰ লোকজনে আৱকাৰী বিভাগত এই গোচৰ তৰিছে৷ প্ৰকাশিত খবৰ মতে ৪২ বছৰীয়া ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰলৈও এই সংক্ৰান্ত পত্ৰ প্ৰেৰণ কৰিছে৷

ঘটনা অনুসৰি লোকজনে যোৱা এপ্ৰিলত এখন দোকানৰ পৰা ৪ টা ১৮০ মিলিলিটাৰৰ মদৰ বটল ক্ৰয় কৰিছিল আৰু তাৰে দুটা পটল পান কৰাৰ পিছতো তেওঁৰ কোনো নিচা লগা নাছিল৷

লগতে পঢ়ক শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

এই কথাটোত লোকজন যথেষ্ট পৰিমাণে ক্ষোভিত হৈ পৰে৷ ক্ষোভিত লোকজনৰ মতে যোৱা দুটা দশক তেওঁ মদ্যপান কৰি আহিছে আৰু সেই অভিজ্ঞতাৰে তেওঁ উক্ত মদৰ বটলকেইটা ভেজাল বুলি দাবী কৰে৷ লোকজনে ক্ৰয় কৰা চাৰিটা বটলৰ দুটা পান কৰাৰ পিছতে অন্য দুটা বটল পৰীক্ষণৰ বাবে ৰাখি থৈছে৷

ইফালে এই সংক্ৰান্তত ৰাজ্যখনৰ গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে লোকজনৰ অভিযোগৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ গহমন্ত্ৰী নৰোত্তম মিশ্ৰই উক্ত পত্ৰখন আৱকাৰী বিভাগলৈ প্ৰেৰণ কৰিছে৷

লগতে পঢ়ক অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

আনহাতে, ৰাজ্যখনৰ আৱকাৰী আয়ুক্ত ইন্দৰ সিং ডোমৰে ইতিমধ্যে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদন্ত ঘোষণা কৰিছে৷ আয়ুক্তগৰাকীয়ে কয় যে উক্ত মদখিনি ভেজাল বুলি প্ৰমাণিত হ’লে ভেজাল মদ বিক্ৰী কৰা উক্ত দোকানখনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

কিন্তু লোকেশ ছেঠিয়াই আৱকাৰীৰ বিভাগৰ তৎপৰতাটো সন্তুষ্ট নহৈ উক্ত মদৰ দোকানখনৰ বিৰুদ্ধে Consumer Courtত এজন অধিবক্তাৰ যোগেদি গোচৰ ৰুজু কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

সোণাক্ষী সিহনাৰ অনামিকা আঙুলিত কোনে পিন্ধালে হীৰাৰ আঙুঠি?

বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

বিকিনি পিন্ধি পিতৃ-মাতৃৰে বলিউদৰ কোন তাৰকাৰ কন্যাই পালন কৰিলে জন্ম দিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.