উদ্যোগপতি মুকেশ আম্বানীৰ ভাষণ
বিগত ১৫ বছৰ ধৰি অসমত মই বিনিয়োগ কৰি আহিছো
অসমে সকলো দিশতে উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়িছে
অসম আগন্তুক দিনত কেৱল চাহৰ বাবেই নহয় টেকনিকেল ক্ষেত্ৰত বিশ্বত পৰিচিত হব
পূৰ্বৰ চামিটত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে অসমত ৫০০০ কোটি টকা বিনিয়োগ কৰিছে
আগন্তুক ৫ বছৰত ৰিলায়েন্স গ্ৰুপে অসমত ৫০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছো
৫টা বিশেষ ক্ষেত্ৰত এই বিনিয়োগ কৰিব এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আম্বানীয়ে
টেকনিকেলি অসমত এ আই উন্নীতকৰণৰ বাবে বিনিয়োগ
জিঅ ৫ জি উন্নীতকৰণৰ কাম কৰাৰো প্ৰতিশ্ৰুতি
এ আই হাইটেক চেণ্টাৰ নিৰ্মাণ কৰা হব অসমত
বায়গেছ ইণ্ডাষ্ট্ৰিজ হাব তৈয়াৰ কৰা হব অসমত
ৰিলায়েন্সৰ ৰিটেইল ষ্টৰ ৪০০ৰ পৰা ৮০০ লৈ বৃদ্ধি কৰা হব অসমত
অসমত আম্বানী গ্ৰুপে নিৰ্মাণ কৰিব ৭তাৰকাযুক্ত হোটেল
এইকেইটা ক্ষেত্ৰত অসমৰ ১০ ৰ পৰা ১২ হাজাৰ যুৱকযুৱতীক কৰ্মসংস্থাপন দিয়া হব
ইয়াৰোপৰি ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিজে অসমৰ বাঁহ শিল্প আৰু শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ ওপৰতো বিশেষ বিনিয়োগ কৰিব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ