• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহৰূপত কোভিডৰ তৃতীয় ঢৌ… বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২ লাখ ৮২ হাজাৰৰ অধিক, মৃত্যু ৪৪১ গৰাকী

4 years ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

35 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

1 hour ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

2 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

3 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

4 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

5 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

6 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ভয়াৱহৰূপত কোভিডৰ তৃতীয় ঢৌ… বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২ লাখ ৮২ হাজাৰৰ অধিক, মৃত্যু ৪৪১ গৰাকী

editor by editor
January 19, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
ভয়াৱহৰূপত কোভিডৰ তৃতীয় ঢৌ… বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২ লাখ ৮২ হাজাৰৰ অধিক, মৃত্যু ৪৪১ গৰাকী
0
SHARES
565
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অব্যাহত আছে মহামাৰী কোভিডৰ ভয়াৱহ সংক্ৰমণ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে কোভিডৰ মাৰাত্মক ভেৰিয়েণ্ট অমিক্ৰণ আক্ৰান্তৰ সংখ্যা৷ দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ বিগত ২৪ ঘণ্টাত ২ লাখ ৮২ হাজাৰ ৯৭০ আক্ৰান্ত হৈছে ক’ৰোনাত৷ মৃত্যু হৈছে ৪৪১ জন কোভিড ৰোগীৰ৷

দেশত দৈনিক পজিটিভিটি ৰেট হৈছে ১৫.১৩ শতাংশ ৷ বৰ্তমানলৈকে অমিক্ৰণ আক্ৰান্তৰ সংখ্যা ৮, ৯৬১ লৈ বৃদ্ধি৷ ইফালে কোভিড আক্ৰান্তৰ সংখ্যা এদিনতে বৃদ্ধি হৈছে ৪৪, ৯৫২ জন৷ এই সংখ্যা স্বাভাৱিকতেই উদ্বেগজনক৷ ইফালে স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি আগন্তুক ৩ সপ্তাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌৰ চৰম পৰ্যায়ত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷

ইফালে অসমতো কোভিডৰ ভয়ংকৰ সংক্ৰমণ৷ যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ৮,০৭২ গৰাকী৷ কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত ১,৯৯৬ জন৷ মৃত্যু ১৬ গৰাকী আক্ৰান্তৰ৷ ৰাজ্যত পজিটিভিটীৰ হাৰ ১২.৬২ শতাংশ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid 19 indiacovid third wave in indiaomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
Next Post
কিক্ বক্সিঙত সোণৰ পদকৰে ভাতৃ-ভগ্নীয়ে উজলালে পশ্চিম দৰং

অচিৰেই অসম আৰক্ষীত নিযুক্তি, SIৰ ৩২০ পদৰ বাবে নিয়োগ বিজ্ঞাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন