• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

4 years ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

31 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

58 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

2 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

11 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

11 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

11 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

12 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

12 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

12 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

13 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

14 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!

editor by editor
June 22, 2022
in অসম, নিয়োগ, ভাৰত
0
কৰ্মচাৰীৰৰ ওপৰত পৰিব মাধমাৰ চৰকাৰৰ! ১ জুলাইৰ পৰা বৃদ্ধি হ’ব কৰ্মৰ সময়, হ্ৰাস পাব দৰমহা!
0
SHARES
113.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা মাহৰ পৰা অৰ্থাৎ ১ জুলাইৰ পৰা নতুন মজুৰি ক’ড কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। ১ জুলাইৰ পৰা মজুৰি ক’ড সলনি হোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰা সম্ভাৱনা আছে।

নতুন মজুৰি ক’ড কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীৰ ইন হেণ্ড দৰমহা হ্ৰাস পাব। অমৱশ্যে কৰ্মচাৰীসকলৰ অৱসৰৰ সুবিধা বাঢ়িব। নতুন শ্ৰম ক’ড কাৰ্যকৰী হোৱাৰ লগে লগে কৰ্মচাৰীৰ সুবিধা আৰু অসুবিধা দুয়োটা হ’ব।

উল্লেখ্য যে যে এজন কৰ্মচাৰীৰ চিটিচিত বেছিক দৰমহা, এইচআৰএ, পিএফ আৰু গ্ৰেচুইটিৰ দৰে অৱসৰৰ সুবিধা আৰু অন্যান্য ভাট্টা থাকে।

লগতে পঢ়ক অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

নতুন মজুৰি ক’ড কাৰ্যকৰী হ’লে কৰ্মচাৰীসকলৰ বেছিক দৰমহা চিটিচিৰ ৫০% হে হ’ব৷ বৰ্তমানৰ গাঁথনিত বেছিক দৰমহা কৰ্মচাৰীৰ দৰমহাৰ ৩০ৰ পৰা ৪০ শতাংশৰ ভিতৰত থাকে। ইয়াৰ বাহিৰেও আছে পেঞ্চন ভাট্টা, এইচ আৰ এ, পি এফ আদি। ইয়াৰ ভিত্তিতে কৰ্মচাৰীৰ দৰমহাৰ পৰা পি এফ কৰ্তন কৰা হয়।

কিন্তু এতিয়া নতুন গাঁথনি অনুসৰি মূল দৰমহা চিটিচিৰ ৫০ শতাংশ হ’ব লাগে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ কৰ্মচাৰীৰ PF আৰু Gratuity ত পৰিব। ইয়াৰ বাহিৰেও নতুন মজুৰি ক’ডৰ অধীনত সপ্তাহত ৪৮ ঘণ্টা কাম কৰাটো বাধ্যতামূলক হ’ব। যদি আপুনি প্ৰতিদিনে ১২-১২ ঘন্টা কাম কৰে, তেন্তে প্ৰতিষ্ঠানটোৱে আপোনাক ৩ সপ্তাহৰ ছুটী দিয়াৰ ব্যৱস্থা আছে।

লগতে পঢ়ক শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

বৰ্তমান এজন যদি কৰ্মচাৰীৰ CTC ৫০ হাজাৰ হয়, তেন্তে এতিয়া তেওঁৰ বেচিক দৰমহা হ’ব ১৫ হাজাৰ টকা। এই অনুযায়ী আপোনাৰ পি এফ মাহে ১৮০০ টকা হয় (বেচিকৰ ১২%)। কিন্তু নতুন নিয়ম অনুসৰি ৫০ হাজাৰৰ CTC ত আপোনাৰ বেচিক ১৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি হ’ব। ইয়াৰ ওপৰত আপোনাৰ পি এফ ১২ শতাংশৰ পৰা বৃদ্ধি পাই ৩০০০ টকালৈ বৃদ্ধি পাব। অৰ্থাৎ আপুনি এতিয়া পূৰ্বতকৈ মাহে ১২০০ টকা কম পাব।

ইফালে মূল দৰমহা বৃদ্ধিৰ প্ৰভাৱ আপোনাৰ পি এফ আৰু গ্ৰেচুইটি দুয়োটাতে পৰিব। এই দুয়োটাৰে বৰঙণি বৃদ্ধি কৰিলে টেক হোম দৰমহা হ্ৰাস পাব। কিন্তু অৱসৰৰ সময়ত কৰ্মচাৰীয়ে অধিক ধন লাভ কৰিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNew Wage Code
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

সাধাৰণ অস্ত্ৰোপচাৰতে মৃত্যু কোন সুন্দৰী মডেলৰ? আপুনিও হওক অতি সাৱধান!

ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক…

ব্লেক টিয়ে ওজন হ্ৰাস কৰে নে? শৰীৰৰ বাবে ই কিমান উপকাৰী? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.