• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলে টুইটাৰ প্ৰফাইলত লিখিছে, ‘Dis’Qualified MP’, গুগলে দেখুৱাইছে ইংৰাজী অভিধানত এনে কোনো শব্দই নাই…

ৰাহুলে টুইটাৰ প্ৰফাইলত লিখিছে, ‘Dis’Qualified MP’, গুগলে দেখুৱাইছে ইংৰাজী অভিধানত এনে কোনো শব্দই নাই…

3 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

6 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

9 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

9 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

10 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

10 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

11 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

11 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

12 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

12 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

13 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুলে টুইটাৰ প্ৰফাইলত লিখিছে, ‘Dis’Qualified MP’, গুগলে দেখুৱাইছে ইংৰাজী অভিধানত এনে কোনো শব্দই নাই…

editor by editor
March 26, 2023
in ভাৰত, ৰাজনীতি
0
ৰাহুলে টুইটাৰ প্ৰফাইলত লিখিছে, ‘Dis’Qualified MP’, গুগলে দেখুৱাইছে ইংৰাজী অভিধানত এনে কোনো শব্দই নাই…
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টুইটাৰত নিজৰ পৰিচয় সলালে ৰাহুল গান্ধীয়ে। শনিবাৰে সাংসদ পদ বাতিল কৰাৰ পাছতেই ৰাহুলে সলনি কৰিছে নিজৰ পৰিচয়। দেওবাৰে ৰাহুলে সলনি কৰি লিখিছে, ‘এয়া ৰাহুল গান্ধীৰ অফিছিয়েল একাউণ্ট, তেওঁ জাতীয় কংগ্ৰেছৰ সদস্য।’ ইয়াৰোপৰি কাষত লিখা আছে ‘ডিছ কোৱালিফাইড এমপি।’ অৰ্থাৎ অপসাৰিত সাংসদ।

অপসাৰিত সাংসদ কিয় লিখিলে ৰাহুলে?
ৰাহুলে অপসাৰিত সাংসদ লিখাৰ পাছতেই বহুতেই বহুতে প্ৰশ্ন কৰিছে ডিছকোৱালিফায়েড এম পি লিখি ৰাহুলে কি বুজাব বিচাৰিছে? গুগলত ডিছকোৱালিফায়েড চাৰ্ছ কৰিলেও দেখুৱাই যে এই ইংৰাজীত এনে কোনো শব্দ নাই। শুকুৰবাৰে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰালাই। মোদীৰ উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰাৰ বাবেই ৰাহুলক দোষী সাব্যস্ত কৰিছে গুজৰাটৰ চুৰট আদালতে। চুৰট আদালতৰ ৰায়ৰ ভিত্তিতেই সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন(১৯৫১)ৰ ৮ নম্বৰ অনুচ্ছেদ অনুসৰি শুকুৰবাৰে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই দেশৰ ৰাজনীতিও এতিয়া উত্তাল হৈ পৰিছে।

কংগ্ৰেছৰ দাবী যে ইয়াৰ নেপথ্যত ৰাজনৈতিক ষড়যন্ত্ৰ আছে। লোকসভাত ৰাহুলৰ মুখ বন্ধ কৰিবৰ বাবেই তেওঁক সাংসদ পদৰ পৰা আঁতৰাই দিয়া হৈছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতা কৰ্মীসকলে। শনিবাৰে সংবাদমেলত নিজেও এই কথা প্ৰকাশ কৰিছে ৰাহুলে। দেওবাৰে অৰ্থাৎ আজি সত্যাগ্ৰহ আন্দোলনৰ আহ্বান কৰিছে কংগ্ৰেছ দলে। দিল্লীৰ মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জূন খৰ্গেকে ধৰি একাংশ নেতাই বিক্ষোভ প্ৰদৰ্শনো কৰিছে। কিন্তু ৰাজঘাটত সত্যাগ্ৰহৰ অনুমতি প্ৰদান কৰা নাই দিল্লী আৰক্ষীয়ে। ৰাজধানীত যান-জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজঘাটত ১৪৪ ধাৰা জৰি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest News Portal in AssamBest News Portal of AssamCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
Next Post
হয় ইপাৰ, নহয় সিপাৰ! বাতৰি হ’ব নালাগে যদিও হিমন্ত বিশ্ব শৰ্মাৰ এইকেইটা কথা জানিলে জীৱনশৈলীত সুবিধা হ’ব আপোনাৰ…

হয় ইপাৰ, নহয় সিপাৰ! বাতৰি হ’ব নালাগে যদিও হিমন্ত বিশ্ব শৰ্মাৰ এইকেইটা কথা জানিলে জীৱনশৈলীত সুবিধা হ’ব আপোনাৰ...

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে...প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.