• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

4 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

10 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

11 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

12 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

12 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

13 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

14 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

14 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

14 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

15 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

16 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

16 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

editor by editor
June 27, 2022
in বিবিধ, বিশ্ব
0
‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?
0
SHARES
81.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ এক বিশেষ ধৰ্মঘট তথা আন্দোলনে জোকাৰি গৈছে বিশ্বৰ আগশাৰী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহিলাসকলে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰো বুলি হুংকাৰ দি ৰাজপথলৈ ওলাই আহিছে৷ হঠাতে মাৰ্কিন মহিলাই কিয় এনে আন্দোলনৰ পথ বাছি ল’লে?

উল্লেখ্য যে বিগত দুটামান দিনৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে বিশেষ কিছুমান কাৰণত চৰ্চা লাভ কৰি আছে৷ প্ৰথমে ন্যায়ালয়ে বন্দুক সম্পৰ্কীয় আইন বাতিল কৰি চৰ্চালৈ আহিছিল৷ ইয়াৰ মাত্ৰ এদিনৰ পিছতে অন্য এক ৰায়ৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শীৰ্ষ আদালতে সংবাদ শিৰোণাম দখল কৰিছে৷

দেশখনৰ শীর্ষ আদালতে দেশখনত যোৱা ৫০ বছৰে প্ৰচলন হৈ থকা গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বিলুপ্ত কৰিছে৷ অৰ্থাৎ ৫০ বছৰ পুৰণি গৰ্ভপাতক বৈধতা প্ৰদান কৰা আইনী সিদ্ধান্তক বালিত কৰিছে৷

লগতে পঢ়ক সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শীৰ্ষ আদালতৰ এই সিদ্ধান্তৰ পিছতে দেশখনৰ বিভিন্ন চহৰত মহিলাসকলে জংগী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে৷

ৰাজপথৰ পৰা ছ’চিয়েল মিডিয়ালৈকে চলা এই প্ৰতিবাদক মাৰ্কিন মহিলাসকলে  #SexStrke নামেৰে অভিহিত কৰি দেশখনৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰিছে৷ চ’ছিয়েল মিডিয়াৰ পৰা ৰাজপথলৈকে চলা প্ৰতিবাদত মহিলাসকলে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে। আনকি তেওঁলোকৰ আন্দোলনত পুৰুষসকলকো চামিল হ’বলৈ আহ্বান জনাইছে৷

অন্যথা মাৰ্কিন প্ৰতিবাদী মহিলাই কৈছে যে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তেওঁলোকে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷ বহু মহিলাই আনকি পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰাৰ সিদ্ধান্তও ঘোষণা কৰিছে। ইফালে #Abstinence নামেৰে চলা এক অভিযানটো প্ৰতিবাদী মহিলাসকলে একেই দাবী কৰিছে।

লগতে পঢ়ক প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

ইফালে সামাজিক মাধ্যমত মাৰ্কিন মহিলাসকলৰ এই আন্দোলনে এক আকৰ্ষণীয় ৰূপ লোৱা দেখা গৈছে৷ এনিব্লাড্ৰ’জ নামৰ এগৰাকী মহিলাই টুইট কৰি কয় যে, যদি মোৰ শৰীৰৰ ওপৰত মোৰ কোনো অধিকাৰ নাই, তেন্তে পুৰুষৰো ইয়াৰ ওপৰত কোনো অধিকাৰ নাই।

I think it’s high time women all over the world go on a sex strike. Enough is enough. And why haven’t we discovered a way/technology to fully prevent a male from raping a female? #sexstrike

— Ally (@RaeRaeHeyHey) June 24, 2022

If i have no right to my body, men have no right to it either. #SexStrike

— AnneBloodrose (@theladytenshi) June 24, 2022

my legs are CLOSED! 🚫 #SexStrike pic.twitter.com/B2ILNb83TG

— marilynn 💕 #FreeWendy (@dumbledore) June 26, 2022

এলি নামৰ মহিলাগৰাকীয়ে টুইটাৰত লিখিছে, মই ভাবো সমগ্ৰ বিশ্বৰ মহিলাসকলে যৌন ধৰ্মঘট কৰাৰ সময় আহি পৰিছে। যথেষ্ট হ’ল, মহিলাক ধৰ্ষণ কৰা মানুহজনক সম্পূৰ্ণৰূপে বন্ধ্যা কৰাৰ উপায় আমি কিয় বিচাৰি পোৱা নাই।

২৪ বছৰীয়া ব্রায়ানা কেম্পবেলে লিখিছে – যদি আপুনি এজন পুৰুষ আৰু মোৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই নাহে, তেন্তে আপুনি মোৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ যোগ্য নহয়।

২২ বছৰীয়া ইভেণ্ট ক’অৰ্ডিনেটৰ কেৰ’লিন হিলিয়ে কয় যে, মহিলাৰ অধিকাৰতকৈ পুৰুষৰ বাবে যৌনতা অধিক গুৰুত্বপূৰ্ণ নেকি? আন এগৰাকী মহিলাই কৈছিল যে, আমি অবাঞ্চিত গৰ্ভধাৰণৰ ৰিস্ক ল’ব নোৱাৰো। সেইবাবেই আমি আৰু কোনো পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন নকৰো, তেওঁ আমাৰ স্বামী হ’লেও।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abstinenceasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSex strike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
Next Post
প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.