• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াও ফাইনেল খেলিব পাৰিবনে বিনেশে? উত্তৰ আহিল আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা, ৰূপৰ ৰদকৰ দাবী উত্থাপন বহুতৰ

এতিয়াও ফাইনেল খেলিব পাৰিবনে বিনেশে? উত্তৰ আহিল আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা, ৰূপৰ ৰদকৰ দাবী উত্থাপন বহুতৰ

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

28 minutes ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

51 minutes ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

1 hour ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

2 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

3 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

4 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

7 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

8 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

8 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এতিয়াও ফাইনেল খেলিব পাৰিবনে বিনেশে? উত্তৰ আহিল আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা, ৰূপৰ ৰদকৰ দাবী উত্থাপন বহুতৰ

editor by editor
August 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
এতিয়াও ফাইনেল খেলিব পাৰিবনে বিনেশে? উত্তৰ আহিল আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা, ৰূপৰ ৰদকৰ দাবী উত্থাপন বহুতৰ
0
SHARES
865
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াও ফাইনেল খেলিব পাৰিবনে বিনেশে? উত্তৰ আহিল আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা, ৰূপৰ ৰদকৰ দাবী উত্থাপন বহুতৰ

পেৰিছ অলিম্পিক ২০২৪ ত কোটি কোটি ভাৰতীয় ক্ৰীড়া অনুৰাগীয়ে বিনেশৰ পৰা দুখজনক খবৰ লাভ কৰিছে ৷ ভাৰতে পেৰিছ অলিম্পিক-২০২৪ত প্ৰথমটো স্বৰ্ণ বা ৰূপৰ পদকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল যদিও এতিয়া সেই আশা নিৰ্বাপিত। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা মল্লযুঁজাৰু ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ফাইনেল মেচৰ পূৰ্বে তেওঁক অযোগ্য ঘোষণা কৰে।

ফাইনেল মেচৰ পূৰ্বে মাত্ৰ ১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা কৰে বিনেশ ফ’গাটক। ইফালে ভাৰতৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে বিনেশ ফ’গাটৰ কোনো সুযোগ এতিয়াও আছে নেকি যাতে তেওঁ চূড়ান্ত মেচ খেলিব পাৰে। এতিয়া আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচনৰ পৰা এই বিষয়ত উত্তৰ আহিছে।

আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজ ফেডাৰেচন (ইউনাইটেড ৱৰ্ল্ড ৰেছলিং)ৰ সভাপতি নেনাদ লালোভিচৰ এক বিবৃতি ওলাইছে। এই বক্তব্যত তেওঁ কয় যে ‘এইটোত একো কৰিব নোৱাৰি।’ আমি নিয়মক সন্মান কৰিব লাগিব। বিনেশৰ সৈতে যি হ’ল সেয়া অতি দুখজনক। বিনেশৰ ওজন অতি সামান্য বেছি আছিল যদিও নিয়ম নিয়মেই। নিয়মৰ বাহিৰত মানুহে যি ধৰণে কথা পাতিছে, সেয়া সম্ভৱ নহয়। খেলত অংশগ্ৰহণ কৰিবলৈ অহাসকলে নিয়মৰ বিষয়ে অৱগত।

আনহাতে বিনেশৰ অযোগ্য ঘোষণাক লৈ চলি থকা হুলস্থুলৰ মাজতে ২০১২ চনৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী মল্লযুঁজাৰু জৰ্ডান বাৰ’ছৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে। বিনেশক ৰূপৰ পদক লাভৰ বাবে অভিযান আৰম্ভ কৰিছে। তেওঁ বিনেশ ফ’গাটক ৰূপৰ পদক দিবলৈ দাবী জনায়। ইয়াৰ সমান্তৰালকৈ তেওঁ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ (আই অ’ এ)ৰ পৰা কিছু পৰিৱৰ্তনৰ দাবী জনায়।

তেওঁ লিখিছে- “এই ধৰণৰ কাহিনীয়ে হয়তো আই অ’ চিক জগাই তুলিব। মই ভাবো মল্লযুঁজত ছটাতকৈও অধিক ওজনৰ ক্লাছৰ প্ৰয়োজন। কোনো খেলুৱৈয়ে বিশ্বমানৰ প্ৰতিযোগীৰ বিৰুদ্ধে তিনিখনকৈ খেলত অপ্ৰতিৰুদ্ধ হৈ পিছত এনেদৰে স্বৰ্ণ পদকৰ বাবে প্ৰস্তুতি চলাই নিশা কটাব নালাগে। ভাৰতীয় দলটো সম্পূৰ্ণ হতাশ।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: olympicOlympic 2024Peris OlympicVinesh Fogat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
Next Post
শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.