• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক

৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক

2 years ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

8 seconds ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

40 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

1 hour ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

1 hour ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

2 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

2 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

2 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

3 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

4 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

4 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

4 hours ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক

editor by editor
September 3, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক লাভ কৰে

পেৰিছ পেৰালিম্পিকৰ ৫ম দিনত ভাৰতে ইতিহাস ৰচি মুঠ ৮টা পদক লাভ কৰে। ইয়াৰ ভিতৰত আছে ২টা স্বৰ্ণ পদক। যাৰ ফলত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা ৩ টা লৈ বৃদ্ধি পালে। অলিম্পিক বা পেৰালিম্পিক গেমছত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ট প্ৰদৰ্শন। ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও এদিনতে ইমান বৃহৎ সংখ্যক পদক লাভ কৰা নাছিল।

সোমবাৰে ভাৰতীয় খেলুৱৈসকলে নতুন ইতিহাস ৰচনা কৰি এটা দিনতে ২টা স্বৰ্ণ, ৩টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰে। জেভেলিন নিক্ষেপত নতুন পেৰালিম্পিক অভিলেখো গঢ়িলে ভাৰতৰ সুমিত এন্টিলে।

বেডমিণ্টনত ৫টা পদক লাভ কৰে কালিৰ দিনটোত। সোমবাৰে ভাৰতে বেডমিণ্টন ইভেণ্টত সৰ্বাধিক ৫টা পদক লাভ কৰে। ইয়াৰ আৰম্ভণি হৈছিল নীতিশ কুমাৰৰ পৰা, যিয়ে একক এছ এল-৩ মেচত ব্ৰিটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰিছিল। মহিলা একক SU-5 ৰ অন্তিম মেচত চীনৰ কিউ জিয়া ইয়াঙৰ হাতত পৰাস্ত হৈ ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰে তুলসীমাথি মুৰুগেছানে।

বেডমিণ্টনত তৃতীয় পদক লাভ কৰে মনীষা ৰামদাসে ডেনমাৰ্কৰ কেথেৰিন ৰ’জেনগ্ৰেনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। আই এ এছ বিষয়া তথা খেলুৱৈ সুহাস যথিৰাজেও ৰূপৰ পদক লাভ কৰে। পুৰুষৰ একক এছ এল-৪ ইভেণ্টৰ অন্তিমখন খেলত ফ্ৰান্সৰ লুকাছ মাজুৰে পৰাস্ত কৰে। ইয়াৰ পিছত নিত্যই বেডমিণ্টন প্ৰতিযোগিতাত ৫ম পদক লাভ কৰে।

ভাৰতীয় খেলুৱৈ সুমিত এন্টিলে এক নতুন ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰালিম্পিকত অভিলেখ গঢ়িবলৈ সক্ষম হয়। টকিঅ’ পেৰালিম্পিক-২০২০ত জেভেলিন থ্ৰ’ ইভেণ্টতো স্বৰ্ণ পদক লাভ কৰে। এইবাৰো তেওঁ সহজেই খিতাপ ৰক্ষা কৰিলে। খিতাপ ৰক্ষা কৰা দ্বিতীয়জন ভাৰতীয় পেৰা এথলীট হিচাপে পৰিগণিত হৈছে সুমিত আণ্টিল। সুমিটে ৭০.৫৯ মিটাৰ দলিয়াই অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰে। এইটোৱেই হৈছে পেৰালিম্পিক গেমছৰ আটাইতকৈ দীঘলীয়া দূৰত্বৰ অভিলেখ।

ভাৰতীয় ধনুৰ্বিদ শীতল দেৱী আৰু ৰাকেশ কুমাৰৰ যুটিয়ে মিক্সড টিম কম্পাউণ্ড অ’পেন ইভেণ্টত ইটালীৰ মেটিঅ’ বনাচিনা আৰু এলিওনোৰা সাৰ্টিক ১৫৬-১৫৫ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। শীতলে ধনুৰ্বিদ্যাত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

সোমবাৰে ঐতিহাসিক ৮টা পদক লাভ কৰাৰ পাছত ভাৰতে পেৰালিম্পিক গেমছত দ্বৈত সংখ্যা অতিক্ৰম কৰিলে। ইয়াৰ পূৰ্বে টকিঅ’ পেৰালিম্পিক-২০২০তো ভাৰতে দুগুণ সংখ্যা অতিক্ৰম কৰিছিল। সেইবাৰ ভাৰতে মুঠ ১৯টা পদক লাভ কৰিছিল। এইবাৰ ভাৰতে ৫ম দিনটোতে ১৫টা পদক লাভ কৰিছে। ৩টা স্বৰ্ণ, ৫টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকেৰে পইণ্ট তালিকাত ১৫ নম্বৰ স্থানত আছে ভাৰত।

ভাৰতে এতিয়ালৈকে লাভ কৰা পদকৰ তালিকা-
১ শ্বুটিং মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 অৱনী লেখাৰা সোণ
২ শ্বুটিং মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 মোনা আগৰৱালা ব্ৰঞ্জ
৩ এথলেটিকছ মহিলাৰ ১০০ মিটাৰ টি৩৫ প্ৰীতি পাল ব্ৰঞ্জ
৪ শ্বুটিং পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 মনীষ নৰৱাল ৰূপ
৫ শ্বুটিং মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ৰুবিনা ফ্ৰান্সিছ ব্ৰঞ্জ
৬ এথলেটিকছ মহিলাৰ ২০০ মিটাৰ টি৩৫ প্ৰীতি পাল ব্ৰঞ্জ
৭ এথলেটিকছ পুৰুষৰ হাই জাম্প T47 নিশাদ কুমাৰ ৰূপ
৮ এথলেটিকছ পুৰুষৰ ডিস্কাছ থ্ৰ’ F56 যোগেশ কথুনিয়া ৰূপ
৯ বেডমিণ্টন পুৰুষৰ একক SL3 নিতেশ কুমাৰ সোণ
১০ বেডমিণ্টন মহিলাৰ একক SU5 থুলাচিমাথি মুৰুগেছান ৰূপ
১১ বেডমিণ্টন মহিলাৰ একক SU5 মনীষা ৰামদাস ব্ৰঞ্জ
১২ বেডমিণ্টন পুৰুষৰ একক SL4 সুহাস যথিৰাজ ৰূপ
১৩ ধনুৰ্বিদ মিক্সড টিম কম্পাউণ্ড মুকলি ৰাকেশ কুমাৰ আৰু সীতাল দেৱী ব্ৰঞ্জ
১৪ এথলেটিকছ জেভেলিন থ্ৰ’ F64 চুমিট এন্টিল সোণ
১৫ বেডমিণ্টন মহিলাৰ একক SH6 নিত্য শ্ৰী শিৱন ব্ৰঞ্জ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Playerindian teamPera OlympicPeraOlympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?
জীৱনশৈলী

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

April 18, 2026
Next Post
মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

মন্দিৰলৈ বুলি গৈ থকা অৱস্থাতে প্ৰাণ হেৰুৱালে ২ টি শিশুসহ ৭ জনে, ৮ জনৰ অৱস্থা সংকটজনক

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

এইখন ৰাজ্যত কাল হৈ নামিছে বৰষুণ, ৩১ গৰাকী নিহত, ৪৩২ ট্ৰেইন বাতিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.