• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

editor by editor
October 21, 2022
in জীৱনশৈলী, ফেশ্বন, ভাৰত, ভ্ৰমণ
0
‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছে। পুৱাই কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক কেদাৰনাথ ভ্ৰমণৰ সময়ত দেখা গৈছে এযোৰ বিশেষ পোছাকত।

মূৰত পাহাৰী টুপি, পিন্ধনত পাহাৰী পোছাক। কেদাৰনাথ ধামত প্ৰৱেশ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পিন্ধা পোছাকযোৰ ভাৰতৰ কোনটো জনগোষ্ঠীৰ? প্ৰধানমন্ত্ৰী মোদীয়ে পিন্ধা পোছাকযোৰ হিমাচল প্ৰদেশৰ চম্বাৰ সৈতে সম্পৰ্ক আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ দৰ্শনৰ সময়ত হিমাচল প্ৰদেশৰ চম্বাৰ মহিলাসকলে হাতেৰে বনোৱা পোছাক পৰিধান কৰিছে।

মোদীয়ে পিন্ধা পোছাকযোৰ চোল ডোৰা নামেৰে জনা যায়। এই পোছাকযোৰ প্ৰধানমন্ত্ৰী মোদীক হিমাচল প্ৰদেশ ভ্ৰমণৰ সময়ত উপহাৰ হিচাপে দিয়া হৈছিল। শেহতীয়াকৈ যেতিয়া প্ৰধানমন্ত্ৰীয়ে চম্বালৈয়ো গৈছিল। চম্বাৰ মহিলাসকলে এই পোছাক উপহাৰ দিছিল প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰী মোদীয়ে তেতিয়া এই পোছাক প্ৰস্তুত কৰা মহিলাকেইগৰাকীক প্ৰতিশ্ৰুতি দিছিল, শীত প্ৰভাৱিত স্থানলৈ যাওঁতেই এই পোছাক পিন্ধিব।

প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই প্ৰধানমন্ত্ৰীয়ে এই পোছাক পৰিধান কৰিছে। পুৱা কেদাৰনাথত উপস্থিত হোৱা মোদীয়ে কেদাৰনাথ দৰ্শনৰ পিছত ৰুদ্ৰাভিষেক অনুষ্ঠান কৰে। তেওঁ আশীৰ্বাদ স্বৰূপে শিৰত চন্দনৰ ত্ৰিপুণ্ড ধাৰণ কৰে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীৰ এয়া ষষ্ঠ কেদাৰনাথ ভ্ৰমণ। কেদাৰনাথৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে বদ্ৰীনাথলৈও যাব। প্ৰধানমন্ত্ৰীৰ যাত্ৰাক লৈ কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা। কেদাৰনাথ ধামত আঢ়ৈঘণ্টীয়া কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিস্থলো দৰ্শন কৰিব। ইয়াৰ উপৰি, কেদাৰনাথত মোদীয়ে মন্দাকিনী আস্থা পথ আৰু সৰস্বতী আস্থা পথৰ নিৰীক্ষণ কৰিব তথা তাৰ উন্নয়নমূলক কামৰ সমীক্ষা ল’ব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বদ্ৰীনাথ ধামত উপস্থিত হ’ব বুলি পূ্‌ৰ্বেই তৈয়াৰ কৰা সময়সূচীত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

NSUI কৰো কওতে কোম্পানীত কাম কৰা বুলি ভৱা মন্ত্ৰী পীয়ুষৰ প্ৰেমত কেনেকৈ পৰিছিল আইমী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.