• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ভাক্সিনৰ দ্বিতীয় ড’জ ভেকচিন গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

ক’ভাক্সিনৰ দ্বিতীয় ড’জ ভেকচিন গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

6 years ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

21 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

54 minutes ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

2 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

2 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

2 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

20 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

20 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

21 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

21 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

22 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

23 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ভাক্সিনৰ দ্বিতীয় ড’জ ভেকচিন গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লীৰ এইমচত ভেকচিন লোৱাৰ কথা টুইটাৰযোগে প্রকাশ

editor by editor
April 8, 2021
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
ক’ভাক্সিনৰ দ্বিতীয় ড’জ ভেকচিন গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত কিছুদিনত দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সমান্তৰালকৈ দেশত চলি আছে ভেকচিনেচন অভিযান। বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’লে কোভিড ভেকচিনৰ দ্বিতীয়টো ড’জ। দিল্লীৰ এইমচত ভেকচিন লোৱাৰ কথা টুইটাৰযোগে উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পূৰ্বে ১ মাৰ্চত ক’ভাক্সিনৰ প্ৰথম ড’জ ভেকচিন গ্ৰহণ কৰিছিল মোদীয়ে। ভেকচিন লোৱাৰ পাছত মোদীয়ে টুইটযোগে সকলোকে ভেকচিন ল’বৰ বাবে আহ্বান জনায়। ভেকচিন ল’বৰ বাবে যোগ্য লোকসকলক cowin.gov.in ত নাম পঞ্জীয়ন কৰি ভেকচিন ল’বলৈ আহ্বান জনায়। ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণত উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিয়লি ৬.৩০ বজাত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতেও এক আলোচনাত মিলিত হ’ব।

Got my second dose of the COVID-19 vaccine at AIIMS today.

Vaccination is among the few ways we have, to defeat the virus.

If you are eligible for the vaccine, get your shot soon. Register on https://t.co/hXdLpmaYSP. pic.twitter.com/XZzv6ULdan

— Narendra Modi (@narendramodi) April 8, 2021

উল্লেখ্য যে ইতিমধ্যে দেশত ৯ কোটিৰ অধিক লোকে ভেকচিন গ্ৰহণ কৰিছে। বিগত সপ্তাহত ভাৰতত ক’ৰোনা সংক্ৰমণৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ সময়তে প্ৰাথমিকতাৰ আধাৰত টীকাকৰণ চলি থকাৰ কথা উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰালয়ে। ১ এপ্ৰিলৰ পৰা দেশত টীকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। এই পৰ্যায়ত ৪৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24narendra-modivaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’
ভাৰত

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

October 11, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
Next Post
ৰাজ্যত ভয়াৱহ হাৰত কোভিড সংক্ৰমণ বৃদ্ধি; মহানগৰীত সৰ্বাধিক আক্ৰান্ত

ৰাজ্যত ভয়াৱহ হাৰত কোভিড সংক্ৰমণ বৃদ্ধি; মহানগৰীত সৰ্বাধিক আক্ৰান্ত

পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি ধনাঢ্য ব্যক্তিৰ শীৰ্ষত মুকেশ আম্বানি

পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি ধনাঢ্য ব্যক্তিৰ শীৰ্ষত মুকেশ আম্বানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.