• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে অত্যাধুনিক প্ৰযুক্তিযুক্ত নতুন বিমান

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে অত্যাধুনিক প্ৰযুক্তিযুক্ত নতুন বিমান

6 years ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

10 minutes ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

27 minutes ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

1 hour ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

2 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

3 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

3 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

4 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

5 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

19 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

19 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে অত্যাধুনিক প্ৰযুক্তিযুক্ত নতুন বিমান

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানৰ প্ৰায় সমতুল্য এই আকাশীযান

editor by editor
August 10, 2020
in বিশ্ব, ভাৰত
0
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে অত্যাধুনিক প্ৰযুক্তিযুক্ত নতুন বিমান
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিভিন্ন যাত্ৰাত প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰা বিমান সলনি হ’ব। নতুন বিমান আহিব ভাৰতলৈ। অত্যাধুনিক কাৰুকাৰ্য খচিত বিমানেৰে যাতায়াত কৰিব প্ৰধানমন্ত্ৰীকে ধৰি VVIPসকলে। ইতিমধ্যে নতুন বিমানখনৰ ফটো আহিব পৰিছে সংবাদ মাধ্যমৰ হাতত। ব’য়িং ৭৭৭ বিমানখনৰ দায়িত্বত থাকিব ভাৰতীয় বায়ুসেনা। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানৰ দৰেই এইখন বিমান সুসজ্জিত হ’ব মিছাইল ডিফেন্স ছিষ্টেম আৰু ইলেক্ট্ৰনিক ৱাৰফেয়াৰৰ দৰে উন্নত প্ৰযুক্তিৰে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰিব এই বিমানখন। ছেপ্টেম্বৰৰ ভিতৰত ভাৰত আহি পাবহি এই বিশেষ বিমানখন। মুঠ দুখন এনে বিমান ক্ৰয় কৰিব ভাৰতে। ২০১৮ চনত এই দুখন বিমানৰ বাবে আমেৰিকাৰ ব’য়িং কোম্পানীক অৰ্ডাৰ দিছিল ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24india govt.narendra-modipm new flight
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?
অপৰাধ

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

September 3, 2026
Next Post
বিজেপিৰ নতুন অস্ত্ৰৰ নাম- সমষ্টি পুনৰ নিৰ্ধাৰণ

বিজেপিৰ নতুন অস্ত্ৰৰ নাম- সমষ্টি পুনৰ নিৰ্ধাৰণ

আছুৱে জ্বলালে প্ৰাক্তন আছু নেতাৰ প্ৰতিমূৰ্তি

আছুৱে জ্বলালে প্ৰাক্তন আছু নেতাৰ প্ৰতিমূৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.