• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

1 year ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

23 minutes ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

2 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

3 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

4 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

7 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

7 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

editor by editor
October 25, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলিৰ সময়তে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আবেদনকাৰীৰ বাবে সুখবৰ আহিছে৷ এই প্ৰকল্পৰ অধীনত এইবাৰ ঋণৰ অংক দ্বিগুণ কৰিলে কেন্দ্ৰই৷ শুকুৰবাৰ ২৫ অক্টোবৰত এই বিষয়টোক লৈ জাৰি কৰা হৈছে বিজ্ঞাপ্তি৷ বিগত ২৩ জুলাইত চলিত আৰ্থিক বছৰৰ বাজেটত এই সংক্ৰান্তিয় ঘোষণা কৰিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ ইমানদিন পৰ্যন্ত মুদ্ৰা যোজনাৰ অধীনত সৰ্বোচ্চ ১০ লাখ টকা ঋণ দিছিল কেন্দ্ৰই৷ যি এইবাৰ বৃদ্ধি কৰি ২০লাখ কৰিলে চৰকাৰে৷ বিজ্ঞাপ্তি অনুসৰি মুদ্ৰা যোজনা প্ৰকল্পৰ মূল লক্ষ্য হৈছে অৰ্থহীনসকলৰ হাতত ধন তুলি দিয়া৷ ঋণৰ পৰিমান বৃদ্ধি হোৱাৰ লগে লগেই বহুতেই এই ঋণৰ প্ৰতি আকৃষ্টও হৈছে৷ যিয়ে প্ৰকল্পটোক এক নতুন গতি দিব৷

শুকুৰবাৰে প্ৰকাশিত বিজ্ঞাপণত তৰুণ প্লাছ বুলি এক শিতানো উল্লেখ থকা দেখা গৈছে৷ ইয়াৰ আওঁতাত ২০ লাখ টকা পৰ্যন্ত গ্ৰাহৰে ঋণ ল’ব পাৰিব৷ তৰুণ কেটাগৰীত পূৰ্বে যিসকলে ঋণ লৈছে আৰু সময়ময়ে পৰিশোধ কৰিছে তেওঁলোকেহে ২০লাখৰ বাবে আবেদন কৰিব পাৰিব৷ এই বৰ্ধিত অৰ্থ পাবলৈ পূৰ্বৰ ঋণ পৰিশোধৰ সংশ্লিষ্ট নথি জমা দিব লাগিব৷

চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ক্ৰেডিট গেৰাণ্টি ফাণ্ড ফৰ মাইক্ৰো ইউনিটছৰ অধীনত ২০লাখ টকা পৰ্যন্ত এই ঋণৰ কভাৰেজ দিয়া হ’ব৷ এই প্ৰকল্পত অ-কৰ্পোৰেট সৰু ব্যৱসায়ী, মাইক্ৰ এণ্টাৰপ্ৰাইজ, ক্ষুদ্ৰ চাষী বা কৃষিৰ সৈতে জড়িতসকলক এই ঋণ দিয়ে কেন্দ্ৰই৷ ২০১৫ চনৰ ৮ এপ্ৰিলত এই প্ৰকল্পৰ উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

বিগত ৯বছৰ ধৰি মুদ্ৰা যোজনাত ঋণৰ অংকৰ কোনো সলনি কৰা নাই কেন্দ্ৰই৷ অৱশেষত সেয়া দ্বিগুণ কৰি গ্ৰাহকৰ সংখ্যা বৃদ্ধিহে কৰাৰ পৰিকল্পনা লৈছে কেন্দ্ৰই৷ এই ঋণ দিয়াৰ ক্ষেত্ৰত আছে মুঠ ৪টা কেটাগৰী৷ সেইসমূহ হৈছে শিশু, কিশোৰ, তৰুণ আৰু তৰুণ প্লাছ৷

শিশু কেটেগৰীত গ্ৰাহকে ৫০হাজাৰ টকা পৰ্যন্ত ঋণ পায়৷ ৫০ হাজাৰৰ পৰা ৫লাখ পৰ্যন্ত ঋণ দিয়া হয় কিশোৰ কেটেগৰীত৷ তৰুণ বিভাগত ৫ৰ পৰা ১০ পৰ্যন্ত ঋণ দিয়া হয়৷ আৰু তৰুণ প্লাছত এইবাৰৰ পৰা ২০লাখকৈ ঋণ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.