• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

6 months ago
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

7 minutes ago
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

42 minutes ago
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

1 hour ago
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

2 days ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

2 days ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

2 days ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

2 days ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

2 days ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

editor by editor
July 8, 2025
in ভাৰত, ৰাজনীতি
0
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা
0
SHARES
456
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

বিহাৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আজি ঘোষণা কৰা চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণৰ আঁচনিৰ পাছতে এইবাৰ আন এখন চৰকাৰৰ বৃহৎ ঘোষণা। এইবাৰ এই চৰকাৰে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক দিব ১০ লাখ টকাৰ স্বাস্থ্য বীমা।

পঞ্জাৱৰ আম আদমি পাৰ্টি চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। চৰকাৰে প্ৰতিটো পৰিয়ালৰ বাবে বাৰ্ষিক ১০ লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ৰাজ্যৰ ৬৫ লাখ পৰিয়াল উপকৃত হ’ব। এই নগদবিহীন বীমা আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু অৰবিন্দ কেজৰিৱালে।

চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত প্ৰতিটো ৰোগৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি চৰকাৰে কয়। চৰকাৰী কৰ্মচাৰী, অংগনবাড়ী, আশা কৰ্মীও এই বীমাত ১০০ শতাংশ সামৰি লোৱা হ’ব। তিনিমাহৰ ভিতৰত কাৰ্যকৰী হ’ব এই আঁচনি।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, আমি ‘মুখ্যমন্ত্ৰী স্বাস্থ্য আঁচনি’ আৰম্ভ কৰিবলৈ ওলাইছো, এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰতি বছৰে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া আৰু ভাল চিকিৎসা লাভ কৰিব।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত লিখিছে, ‘মুখ্যমন্ত্ৰী সেহত যোজনা’ই পঞ্জাৱৰ প্ৰায় ৩ কোটি জনসংখ্যাক সামৰি ল’ব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰকে ধৰি ৰাজ্যৰ স্থায়ী বাসিন্দাক প্ৰদান কৰা হ’ব এমএমএছৱাই হেল্থ কাৰ্ড। এই কাৰ্ডেৰে সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়া আৰু নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। পঞ্জাৱক স্বাস্থ্যৰ ক্ষেত্ৰত উত্তম সুবিধা প্ৰদান কৰাটো আমাৰ দায়িত্ব, যিটো আমি সম্পূৰ্ণ নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰি আছো।

এই উপলক্ষে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী সেহাত যোজনাৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে প্ৰতি বছৰে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। আম আদমি পাৰ্টিৰ দুটা ডাঙৰ অগ্ৰাধিকাৰ হ’ল শিক্ষা আৰু স্বাস্থ্য কাৰণ প্ৰতিজন দৰিদ্ৰ লোকে ভাল শিক্ষা আৰু সুচিকিৎসাৰ সুবিধা নোপোৱালৈকে কোনো দেশেই আগবাঢ়িব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapbhagwant mannHealth Policypunjab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ
জীৱনশৈলী

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

January 5, 2026
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?
জীৱনশৈলী

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

January 5, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
Next Post
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.