• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

9 months ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

2 minutes ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

18 minutes ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

43 minutes ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

1 hour ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

2 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

3 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

4 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

5 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?

editor by editor
June 19, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
আপোনাৰ এই বদভ্যাসেই কমাই দিব পাৰে শুক্ৰাণুৰ সংখ্যা! বন্ধ কৰিব পাৰে পিতৃত্বৰ পথ, কি বদভ্যাস ত্যাগ কৰা জৰুৰী?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধঁপাত শৰীৰৰ বাবে ক্ষতিকৰ৷ এই বাৰ্তা ধঁপাত বিক্ৰেতাইয়ো দিয়ে৷ কিন্তু ধঁপাত আমাৰ দেশত ভাৱিব নোৱৰা হাৰত বিক্ৰিও হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিবছৰে প্ৰায় ৮০ লাখ মানুহে ধঁপাতজনিত ৰোগতেই প্ৰাণ হেৰুৱাই৷ ইয়াৰ মাজত ১৩ লাখতকৈ বেছি মানুহে নিজে নাখায়, পৰোক্ষভাৱে ধূমপানৰ চিকাৰ হৈ ৰোগত আক্ৰান্ত হয়৷ ধঁপাতৰ ব্যৱহাৰে কেৱল ব্যক্তিস্বাস্থ্যৰেই হানি নকৰে সমাজ আৰু অৰ্থনীতিৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলায়৷

১. হাওঁফাওঁ হৈ পৰে জুইয়ে পোৰা স্পঞ্জ

ধূমপান হাওঁফাওঁৰ বাবে ঘাতক৷ আমেৰিকাৰ আণ্ডাৰছন কেঞ্চাৰ গৱেষণা কেন্দ্ৰৰ তথ্যই কৈছে হাওঁফাওঁৰ কৰ্কটৰ ৯০ শতাংশই ধঁপাতৰ পৰা হয়৷ কেৱল কৰ্কটেই নহয় দীৰ্ঘস্থায়ী ব্ৰঙ্কাইটিছ, এজমা, ছিউপিডিৰ দৰে অসুখতো আক্ৰান্ত হয় ধঁপাতসেৱীসকল৷

২. হৃদৰোগৰ আশংকা

ধঁপাতে হৃদস্পন্দন বঢ়ায়৷ ৰক্তচাপ বাঢ়িলে হাৰ্ট এটেকৰো সম্ভাৱনা বাঢ়ে৷ বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ধঁপাত সেৱনকাৰীসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি৷

৩. প্ৰজননত বাধা

ধঁপাতে প্ৰজনন ক্ষমতাতো কুপ্ৰভাৱ পেলায়৷ পুৰুষসকলৰ ক্ষেত্ৰত শুক্ৰাণুৰ গুণগত মান কমি যায়৷ মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণত সমস্যা হয়৷ গৰ্ভৱতী মাতৃয়ে ধূমপান কৰিলে গৰ্ভস্থ শিশুৰ ওপৰত মাৰাত্মক প্ৰভাৱ, অকালপ্ৰসৱ, কম ওজন আনকি শিশুৰ মৃত্যু পৰ্যন্ত হব পাৰে৷

৪. কেৱল শৰীৰেই নহয়, মানসিকতাতো প্ৰভাৱ পৰে

ধঁপাতত থকা নিকটিনে ক্ষণিকৰ উত্তেজনা দিলেও দীৰ্ঘম্যাদী উদ্বেগ, অৱসাদ আৰু স্মৃতিভ্ৰংশৰ আশংকা বঢ়ায়৷ মস্তিষ্কৰ স্নায়ুত ধীৰে ধীৰে প্ৰভাৱ পেলায়৷ মানসিক স্বাস্থ্য বিশেষজ্ঞই কৈছে যে নিকোটিন আসক্তিয়ে ডিপ্ৰেছনৰ পথ প্ৰশস্ত কৰে৷

৫. কেৱল আপুনি নহয়, চৌপাশৰ মানুহলৈকো বিপদ আনে

পেছিভ স্মোকাৰ শব্দটো নিশ্চয় শুনিছে৷ পৰোক্ষ ধূমপান যত আপুনি সেৱন নকৰিলেও অন্যই সেৱন কৰি এৰা ধোঁৱাই আপোনাক অসুস্থ কৰিব পাৰে৷ ঘৰত শিশু বা বৃদ্ধ থাকিলে তেওঁলোকৰ শ্বাসযন্ত্ৰত সকলোতকৈ বেছি প্ৰভাৱ পেলায় বিষাক্ত ধোঁৱাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

কালনিধি যোগত যি কামতেই হাত দিয়ে সফলতা খাটাং! ৫ৰাশিৰ আজি সম্পদ আহৰণৰ দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন