৫৯ হাজাৰ কোটি টকাৰ আছিল ৰাফেল চুক্তি। ৰাফেল কিনি কোনে হাজাৰ হাজাৰ কোটি খালে? দেশৰ নিৰাপত্তাৰ লগত আপোচ হৈছে নেকি? জনতাৰ টেক্সৰ ধন লুটি-পুটি খাইছে নেকি?