• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

3 months ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

5 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

7 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

7 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

8 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

11 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

11 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

editor by editor
October 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুৱে ২০২৫ চনৰ ১৮ মেত কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে আৰু ৫ ডিচেম্বৰ, ২০২৬ পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ যিহেতু ৰহস্যময় গ্ৰহ ৰাহুৱে সৰ্বদা বিপৰীত পথত গতি কৰি থাকে সেয়ে ২০২৬ চনত কুম্ভৰ পৰা ওলাই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷

সমগ্ৰ বছৰ শনিৰ ৰাশিত থাকিব ৰাহু

মকৰ আৰু কুম্ভ দুটা ৰাশিৰেই অধিপতি শনিদেৱ৷ ফলত ২০২৬ চন জুৰি ৰাহু শনিৰ প্ৰভাৱাধীন ৰাশিতেই অৱস্থান কৰিব৷ এই অৱস্থানে ১২ ৰাশিৰ ওপৰতেই প্ৰভাৱ পেলাব৷ ইয়াৰ মাজত ৪টা ৰাশিয়ে বিশেষভাৱে ৰাহুৰ এই গোচৰত বৃহৎ উপকাৰ পাব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে ৰাহুৰ মকৰ আৰু কুম্ভ ৰাশিত অৱস্থানে অত্যন্ত শুভ প্ৰভাৱ পেলাব৷ বহুদিনৰ প্ৰতীক্ষিত পদোন্নতি আৰু সাফল্য পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷ ব্যৱসায়ীৰ অৰ্থলাভৰ নতুন সুযোগ আহিব পাৰে৷ কোনো আইনি বা বিতৰ্কিত বিষয়ত জয়লাভৰ সম্ভাৱনাও প্ৰবল৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ সময়৷ নতুন চাকৰিৰ সুযোগ পাব৷ পৰীক্ষাত সাফল্য আহিব৷ পদোন্নতি আৰু মৰ্যদা বৃদ্ধি পাব৷ পাৰিবাৰিক সুখ আৰু সম্পদ বৃদ্ধি ঘটিব৷ যানবাহন ক্ৰয়ৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ যথাযোগ্য স্বীকৃতি আৰু প্ৰশংসা পাব৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৰ সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে ৰাহু শুভ ফলদায়ক হ’ব পাৰে৷ বিশেষকৈ সন্তানৰ পৰা আনন্দ আৰু গৰ্বৰ খবৰ পাব৷ অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা জীৱনসংগী লাভৰ যোগ আছে৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় আৰু সংযোগ তৈয়াৰ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব, মানসিক স্থিৰতা বৰ্তি থাকিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাই যদিও বৰ্তমান শনিৰ চাৰে সাতিৰ দ্বিতীয় ধাপৰ প্রভাৱ অনুভৱ কৰিছে ৰাহুৰ শনিৰ ৰাশিত অৱস্থান তেঁওলোকৰ বাবে কিছু পৰিমাণে শান্তি আৰু স্থিতি কঢ়িয়াই আনিব৷ বিদেশযাত্ৰাৰ সম্ভাৱনা আছে৷ অৰ্থনৈতিক অৱস্থা ভালে থাকিব৷ কিছু বাধা বা মানসিক চাপ থাকিলেও আপুনি নিজৰ লক্ষ্যত সফলভাৱে উপস্থিত হ’ব৷

২০২৬ চনত ৰাশিচক্ৰৰ দিশৰ পৰা পৰিবৰ্তন আৰু নতুন সম্ভাৱনাৰ বছৰ হ’ব পাৰে৷ ৰাহুৰ গতি জীৱনৰ নানান ক্ষেত্ৰত অপ্ৰত্যাশিত মোৰ আনিব পাৰে৷ কাৰোবাৰ বাবে সাফল্যৰ সোপন আৰু কাৰোবাৰ বাবে আত্মসমীক্ষা আৰু পৰিবৰ্তনৰ সময়৷ এই সময়ত ধৈৰ্য, ইতিবাচক মনোভাৱ আৰু সৎ প্ৰচেষ্টা বৰ্তি থাকিলে যিকোনো গ্ৰহগত প্ৰভাৱকেই নিজৰ পক্ষলৈ ঘূৰোৱা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়… ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়... ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.